ভগ্ন স্বপ্ন: ঋতুপৰ্ণা ইংতিপি

কাঁহীখনত মাংস ভাজি আৰু অলপ দে৷
নহ’লে মুখ ফুলাই থাকিব৷
বেছি মৰম কৰোঁতে কৰোঁতে বৰ মূৰৰ ওপৰত উঠিছে৷
ভাত বাঢ়ি বাঢ়ি বৰষাক মাকে কথাখিনি কৈ গ’ল৷
কাঁহীখন আগবঢ়াই দিওঁতে বুকুত বৰ বিহ অনুভৱ কৰিলে৷
দুবছৰ আগতে গাড়ীৰ খুন্দাত শেষ হৈ যোৱা সেউজীয়া সপোন কথা মনত পৰি৷

ঋতুপৰ্ণা ইংতিপি, মৰিগাঁও

Leave a Comment

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *