আঘোণ : ঋতুপৰ্ণা ইংতিপি

আঘোণ : ঋতুপৰ্ণা ইংতিপি

আঘোণ মহীয়া পুৱতি নিশাকুঁৱলীয়ে ভেটিছে মোৰ পদূলি৷নিয়ৰৰ মুকুতাই গাঁঠিছেদূবৰিত মালাধাৰী৷ চৌদিশ ধুঁৱলী কুঁৱলীভালকৈ একোৱে মনিবনোৱাৰি৷দূবৰিৰ নিয়ৰে দুভৰি তিয়াইছে;পৰিছে দেহমন শাঁত৷ লাগে লাহে উদয়মানতৰুণ অৰুণৰ কাঁচিয়লি ৰ’দেনিয়ৰৰ কণিকাক কৰিছেআঘাত৷সেউজীৰ বুকুত সোণবৰণীয়া ধান৷ জাকে জাকে পথাৰত দাৱনিৰখিলখিলনিকেচ্ কেচ্ কাচি নচোৱাইজুৰিছে যেন সুৰৰ…

নাং গগৈ ♥, ধাৰাবাহিক গল্প; খণ্ড – ০৩ : ৰিচা গগৈ

আগৰ খণ্ড ১ আগৰ খণ্ড ২ এমুঠি কবিতা তোমাৰ বাবে - অজানিতে আহিলা তুমিনাজানো তোমাৰ পৰিচয় কিহৃদয়ৰ নিভাজ কোণতএতিয়া তোমাৰ নামত শিপাইছেএটি শিৰোনাম বিহীন প্ৰেমৰ পুলি৷ 💕 খুউব ধুনীয়া৷ ছোৱালী প্ৰেমত পৰিলা নেকি?বিপ্লৱ ভৰালীৰ মন্তব্য৷উফ্….ভাল লাগি গল তাইৰ৷ তাই প্ৰেমত…

ৱেব প্ৰকাশকৰ একলম

হৰ্ষিত চুতীয়া সাহিত্য হ’ল সমাজৰ দাপোন স্বৰূপ৷ সাহিত্যৰ যোগেদি মনৰ অনুভৱবোৰ লিখনিৰে প্ৰকাশ কৰি সমাজখনক আগুৱাই নিয়াত সহায়ক হয়৷ গতিকে সাহিত্য সৃষ্টি আৰু চৰ্চা কৰিবলৈ বৰ্তমান ডিজিটেল পৃথিৱীত আলোচনী এখন অতিকে প্ৰয়োজনীয়তা আছে৷ যাৰ জৰিয়তে ন-পুৰণি লেখাৰুৱে নিজৰ নিজৰ লেখা…