সম্পর্কৰ শিকলি ছিঙি : সংগীতা ডেকা

“ পাৰ্থিৱ শৰীৰৰ কাৰাগাৰৰ পৰা মুক্ত হৈ চিৰশাশ্বত নিৰ্মল, শান্তিৰ তৃপ্তিৰে ভৰপূৰ পৱিত্ৰ আলোকৰ শৰণাপন্ন হ’ব পাৰিলে আৰু নো কি লাগে? মিছা পৃথিৱীত মাথোঁঁ ক্ষন্তেকীয়া সুখৰ হে পয়োভৰ….! “ ডায়েৰীৰ পাতত এনেকুৱাকৈ শব্দবোৰ হ’ল খোদিত৷ কাষত একাপ চেঁচা চাহ৷ যিয়ে…

সহযাত্রী, খণ্ড- ৫ : ধাৰাবাহিক উপন্যাস – ঋতুপর্ণা ইংতিপি

আগৰ খণ্ড ১ আগৰ খণ্ড ২ আগৰ খণ্ড ৩ আগৰ খণ্ড ৪ জালুক দিয়া পাৰৰ মাংসৰ জোল, ঔ টেঙা দি দাইল৷ গৰম গৰম ভাতৰ কাঁহীখনৰ পৰা ধোঁৱাবোৰ কুণ্ডলী পকাই গৈ শূন্যত বিলিন হৈছে৷: কি ৰান্ধিছে মা?: তুমি ভালপোৱা পাৰৰ মাংস…

ওৰণি এক আলোকপাত : বন্দনা মহন্ত

ওৰণি লোৱা বুলিলে অসমীয়া সমাজত চাদৰৰ আঁচলেৰে মহিলাই মূৰ ঢাকি লোৱা এক দৃশ্য মনলৈ আহে৷ দেখা যায় কেতিয়াবা মূৰৰ সম্পূৰ্ণ চুলি ঢাকি কপালৰ আগলৈকে লোৱা হয়৷ কেতিয়াবা দেখা যায় অকল খোপাটো ঢাকি লোৱা হয় বা আধা মূৰৰ চুলি ওলোৱাকৈ লোৱা…

আৰ্ট’কাপাছ হেৰেট’ফাইলাছ: বন্দনা মহন্ত

মৰমৰ মইনাহঁত ! তোমালোকে হয়তো গৰমৰ দিনত বজাৰত ওলোৱা এবিধ ফল সকলোৱে দেখিছা ৷ দেখাত কিছু ডাঙৰ ,গাত কাঁইটৰ দৰে জোঙা জোঙা বাকলি থকা এই ফলবিধৰ বিষয়ে আজি তোমালোকক ক’বলৈ লৈছো ৷ফলবিধৰ নাম হৈছে কঁঠাল ৷কঁঠালৰ বৈজ্ঞানিক নাম হৈছে "আৰ্ট'কাপাছ…

ডিমৰীয়াত মাঘ বিহুৰ পৰম্পৰা: ঋতুপর্ণা ইংতিপি

বিহুমূলতঃ কৃষিভিত্তিক উৎসৱ। বিহু প্ৰতিজন অসমীয়াৰ আৱেগ। অসমৰ প্ৰত্যেকজন কৃষকৰ আৱেগ জড়িত হৈ আছে বিহুৰ সৈতে। মাঘ বিহু পালিত হয় শালিখেতি চপোৱাৰ পাছত। ডিমৰীয়া মহানগৰীৰ পূর্বত অৱস্থিত ঐতিহ্যমণ্ডিত অঞ্চল। অসমৰ বিভিন্ন প্ৰান্তত পালন কৰাৰ দৰে ডিমৰীয়া অঞ্চলতো মাঘ বিহু পালন…

শিশু মানসিক বিকাশত মাতৃ ভূমিকা: পাপৰি দাস।

শিশুসকল হৈছে আমাৰ দেশৰ ভৱিষ্যত। তেওঁলোক আমাৰ সকলোৰে জীৱনৰ এটি গুৰুত্বপূৰ্ণ অংশ। শিশুৰ মানসিক বিকাশত মাতৃৰ বা মাতৃৰ দায়িত্ব অপৰিসীম।কথাতেই কোৱা হয় সু-সন্তান এটি লাভ কৰিবলৈ হ'লে মাতৃ এগৰাকী সু-শিক্ষিত হোৱাটো অতিকৈ প্ৰয়োজনীয়।কাৰণ আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত।এখন দেশ বা…

যুৱশক্তিক সৎপথেৰে আগুৱাই নিয়াত অভিভাৱকৰ দায়িত্ব আৰু কৰ্তব্য: স্মৃতি ৰেখা গগৈ বৰুৱাৰ

যুৱশক্তিক সৎপথেৰে আগুৱাই নিয়াত অভিভাৱকৰ দায়িত্ব আৰু কতৰ্ব্য অপৰিসীম। যুৱ শক্তি যাক সর্বশক্তিমান বুলি কোৱা হয়। মানৱজীৱনৰ তিনিটা স্তৰ" কৌমাৰং যৌৱনং জৰা" ৰভিতৰত যুৱ বয়সতেই মানুহ শাৰীৰিক আৰু মানসিক ভাৱে অত্যন্ত শক্তিশালী হৈ থাকে। এখন সমাজ বা দেশৰ উন্নতিৰ বাবে…