দূৰ্গং নাশয়তি যা নিত্যং সা দুৰ্গা বা প্ৰকীতিৰ্তা

দূৰ্গং নাশয়তি যা নিত্যং সা দুৰ্গা বা প্ৰকীতিৰ্তা

আমাৰ ভাৰতবৰ্ষ বৈচিত্ৰ্য্যময় সংস্কৃতিৰে ভৰপূৰ দেশ৷ ধৰ্মৰ মাজত গভীৰভাৱে শিপাই থকা সজীৱ আৰু বৰ্ণিল উৎসৱৰ বাবে ভাৰত পৃথিৱী বিখ্যাত৷ শৰতৰ আগমনিৰ লগে লগে দুৰ্গা পূজাৰ উলহমালহে সকলোৰে মনলৈ শান্তি আৰু আনন্দ কঢ়িয়াই আনে৷ হিন্দু পঞ্জিকা অনুসৰি আহিন মাহত শাৰদীয় দুৰ্গা…
বাৰিষাৰ বতৰত : সুশীলা কলিতা

বাৰিষাৰ বতৰত : সুশীলা কলিতা

এজাক কিন্‌কিয়া বৰষুণৰদগ্‌মগীয়া হ্নদয়ৰ বাহুবলতআমি প্ৰাতঃ ভ্ৰমণকাৰী বোৰেদৌৰা দৌৰি কৰিও থকা-সৰকা হলোকিযে বিলাই আমাৰ----মাজৰাতি সাৰ পাই দেখিলোতোমাৰ আঙুলিৰ ভাজবোৰআমাৰ বিছনাৰ তল পালেউপাই হীন হৈ ল’ৰা-ছোৱালী হালকজগাই বেলেগ এটা কোঠালীলৈ গলোকিন্তু উপাই নাইতোমাৰ আঙুলি কেইটাই আমাকমৰম কৰিহে এৰিলেততাতয়াকৈ সকলো সামৰি সুতৰিৰাইজে…
আশাৰে : অৰ্ণৱ কটকী

আশাৰে : অৰ্ণৱ কটকী

ভালে আছে নে বুলি নোসোধো আজিব্যস্ততাৰে ভৰা পথত হয়টো কেতিয়াবা,ক’ৰবাত আপোনাক লগ পোৱাৰ হেঁপাহ পুহি ৰাখিছোঁ মইবৈ যোৱা সময়ৰ সোঁ মাজত অকস্মাতে অজানিতেই৷ ৷কুশলে থাকিব সদায় আপুনি একেদৰেইমানু্হৰূপী দানবৰ পৰা নিজক বচাই৷ভিৰৰ মাজত হেৰাই যোৱা খবৰৰ দৰেহেৰাই যাবলৈ নিদিব নিজক…
বতাহত হালিজালি থকা জবা ফুলপাহি : বন্দনা মহন্ত

বতাহত হালিজালি থকা জবা ফুলপাহি : বন্দনা মহন্ত

মৰমৰ মইনাহঁত! বতাহত হালিজালি থকা ফুলনিৰ জবাফুল পাহলৈ তোমালোকে নিশ্চয় মন কৰিছা৷ জবাফুলৰ সৌন্দৰ্যই সকলোৰে মন মুহি নিয়ে৷ জবাফুলৰ বৈজ্ঞানিক নাম প্ৰজাতি অনুসৰি কেবাটাও আছে৷ যেনে -- --হিবিচকাচ চাবদাৰিকা (Hibiscus sabdarika) /হিবিচকাচ ৰচা চাইনেচিচ (Hibiscus rosa SINENSIS ) /হিবিচকাচ চিৰিয়াকাচ…
যেতিয়া জীৱনে হাঁহিব: জীৱন যাত্ৰাত আনন্দক আকোৱালি লওক

যেতিয়া জীৱনে হাঁহিব: জীৱন যাত্ৰাত আনন্দক আকোৱালি লওক

যেতিয়া জীৱনে হাঁহিব: জীৱন যাত্ৰাত আনন্দক আকোৱালি লওক। জীৱনে হাঁহিছে যেতিয়া আমি কম আশা কৰোঁ, প্ৰায়ে বিশৃংখলতা আৰু অনিশ্চয়তাৰ মাজত। এই মুহূৰ্তবোৰত আমাক সোঁৱৰাই দিয়ে যে নিজকে বেছি গুৰুত্বসহকাৰে লওক আৰু আপোনাৰ জীৱন সংগ্ৰামত হাস্যৰস অলপ বিচাৰি উলিয়াৱক দুখ বোৰ…

লিজি ভেলাস্কেজৰ বিষয়: সংগীতা ডেকা

এখেত হৈছে এক অনন্য প্ৰতিভাৰ গৰাকী৷ কিন্তু “লিজি ভেলাস্কেজক“ বিশ্বৰ আটাইতকৈ কুৎচিত মহিলা হিচাপে অভিহিত কৰা হয়৷ কিয়নো তেওঁ দেখাত ভয় লগা শাৰীৰিক গঠনৰ, অতিকৈ ক্ষীণ, এটা চকু অন্ধ৷ যাৰ বাবে তেখেতৰ বিষয়ে এইদৰে মত পোষণ কৰা হৈছে৷ আনকি সমাজৰ…

মহাপুৰুষ মাধৱদেৱ: বন্দনা মহন্ত

১৪৮৯ খ্ৰীষ্টাব্দত উত্তৰ লখীমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলত গুৰুজনাৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল৷ পিতৃৰ নাম আছিল গোৱিন্দগিৰী আৰু মাতৃৰ নাম আছিল মনোৰমা দেৱী৷ ১৫২২ খ্ৰীষ্টাব্দত “বেলগুৰি“ নামৰ ঠাইত সৌভাগ্যক্ৰমে মহাপুৰুষ শংকৰদেৱক লগ পাইছিল৷ তাতেই মাধৱদেৱৰ জীৱনে দিক্ সলনি কৰিছিল৷…

দ্বিতীয় বাংলাদেশ হ’ব নেকি অসম?

বিগত সময়চোৱাত বাংলাদেশৰ ছাত্ৰ সংগঠনৰ আন্দোলন পৰৱৰ্তীকালত হিংসাত্মক ৰূপ লোৱাৰ মূল কাৰণ মৌলবাদী, অপশক্তিৰ উত্থান৷ এয়া গণতন্ত্ৰৰ বাবে চৰম ভাবুকি৷ আমি কেতিয়াও নিবিছাৰোঁ অসম তথা ভাৰতবৰ্ষ দ্বিতীয় বাংলাদেশ হোৱাতো৷ কিন্তু শাসকে যেতিয়া শোষণ আৰম্ভ কৰে তেতিয়া জনসাধাৰণে তাৰ উচিত প্ৰত্তুত্যৰ…

আত্মবিশ্বাস : অভিজিৎ কোঁৱৰ

পিছনিশা ফুলি উঠা এপাহি সুগন্ধি ফুল তুমিসুবাস ছটিয়াই সদ্যস্নাত পুৱাটোকআমোলমোলাই ৰখা প্ৰথম প্ৰহৰৰ ৰ’দ তুমি,তুমি বুকুৰ বৃন্দাবনত সুললিতসুৰ এটি হৈ সাৰ পাই থকা মূৰ্ছনা,ঐনিতমৰ ৰাগীত ছাঁই আপঙৰ নিচালগোৱাৰ তুমি এফাকি প্ৰেমৰ কবিতা,গানে গানে বৈ যোৱা হৃদয়ৰ শীতলতাত তুমি,শব্দৰে সজ্জিত বুকুৰ…

সহযাত্রী, খণ্ড- ৬ : ধাৰাবাহিক উপন্যাস – ঋতুপর্ণা ইংতিপি

আগৰ খণ্ড ১ আগৰ খণ্ড ২ আগৰ খণ্ড ৩ আগৰ খণ্ড ৪ আগৰ খণ্ড ৫ : মাজনী অই,: আজি গধূলি নামঘৰত শৰাই এভাগ দিবগৈ লাগিব৷ ভাদ মাহটোৰ আধা গ’লেই নহয়৷: কিবা কিবি অলপ যতাব লাগিব ন মা?: অ’ চুজি লাৰু…