আশাৰ ৰেঙণি: ঋতুপর্ণা ইংতিপি

নিৰাশাৰ নিহলেৰে বান্ধিলা।সপোনবোৰ মোহাৰি পেলালাযদি সপোনবোৰ মিছা আছিলইমান আশা কিয় দিছিলা..?দুচকুৰে নিগৰে অশ্রুকিয়নো নুবুজা হৃদয়ৰ বেথাবোৰ।দিন ৰাতি একাকাৰনিৰ্জন উজাগৰীদীঘলীয়া যামিনী।আকাশত জোন বেলিসদায় ওলাব।সন্ধ্যাৰ তৰাই আকাশ পোহৰাব।অন্তঃকৰণত হাহাকাৰ তাণ্ডৱ সৃষ্টি হ'ব।মন গহনত এচমকাক'লা ডাৱৰে ছানি ধৰিব।নীৰৱে হৃদয়ৰ একোণ উচুপিব ।পোৱা নোপোৱা…

লিজি ভেলাস্কেজৰ বিষয়: সংগীতা ডেকা

এখেত হৈছে এক অনন্য প্ৰতিভাৰ গৰাকী৷ কিন্তু “লিজি ভেলাস্কেজক“ বিশ্বৰ আটাইতকৈ কুৎচিত মহিলা হিচাপে অভিহিত কৰা হয়৷ কিয়নো তেওঁ দেখাত ভয় লগা শাৰীৰিক গঠনৰ, অতিকৈ ক্ষীণ, এটা চকু অন্ধ৷ যাৰ বাবে তেখেতৰ বিষয়ে এইদৰে মত পোষণ কৰা হৈছে৷ আনকি সমাজৰ…

আত্মবিশ্বাস : অভিজিৎ কোঁৱৰ

পিছনিশা ফুলি উঠা এপাহি সুগন্ধি ফুল তুমিসুবাস ছটিয়াই সদ্যস্নাত পুৱাটোকআমোলমোলাই ৰখা প্ৰথম প্ৰহৰৰ ৰ’দ তুমি,তুমি বুকুৰ বৃন্দাবনত সুললিতসুৰ এটি হৈ সাৰ পাই থকা মূৰ্ছনা,ঐনিতমৰ ৰাগীত ছাঁই আপঙৰ নিচালগোৱাৰ তুমি এফাকি প্ৰেমৰ কবিতা,গানে গানে বৈ যোৱা হৃদয়ৰ শীতলতাত তুমি,শব্দৰে সজ্জিত বুকুৰ…

প্ৰেৰণা: অৰ্ণৱ কটকী

তুমি মোৰ বাবে এটা প্ৰেৰণাৰ সুঁতি হোৱামই তাতে মোৰ দিঙা খনি চপামতোমাৰবুকুয়েদি উজাই গৈ পাম মোৰ চিনাকি সেই ঘাট৷য’ত সংগম হব তোমাৰ মোৰ মৰমৰ৷তুমি জ্বলোৱা মৰমৰ শিখা বুকুতবান্ধি সাহসৰ অদম্য শক্তিৰে যুঁজি যাম জীৱন বাটততুমি মাথোঁঁ প্ৰেৰণাৰ এচাতি মলয়া হোৱাসুৰ…

সহযাত্রী, খণ্ড- ৭ : ধাৰাবাহিক উপন্যাস – ঋতুপর্ণা ইংতিপি

আগৰ খণ্ড ১ আগৰ খণ্ড ২ আগৰ খণ্ড ৩ আগৰ খণ্ড ৪ আগৰ খণ্ড ৫ আগৰ খণ্ড ৬ : অই, অৰু এইখন কেনেকুৱা লাগিছে?: ভালেই লাগিছে, কালাৰটো ধুনীয়া৷: অডাৰ দিওঁ নে?: দে! মোক সুধিব লাগে নে?: কলেজত পিন্ধি আহিবলৈ আকৌ৷:…

সহযাত্রী, খণ্ড- ৬ : ধাৰাবাহিক উপন্যাস – ঋতুপর্ণা ইংতিপি

আগৰ খণ্ড ১ আগৰ খণ্ড ২ আগৰ খণ্ড ৩ আগৰ খণ্ড ৪ আগৰ খণ্ড ৫ : মাজনী অই,: আজি গধূলি নামঘৰত শৰাই এভাগ দিবগৈ লাগিব৷ ভাদ মাহটোৰ আধা গ’লেই নহয়৷: কিবা কিবি অলপ যতাব লাগিব ন মা?: অ’ চুজি লাৰু…

সহযাত্রী, খণ্ড- ৫ : ধাৰাবাহিক উপন্যাস – ঋতুপর্ণা ইংতিপি

আগৰ খণ্ড ১ আগৰ খণ্ড ২ আগৰ খণ্ড ৩ আগৰ খণ্ড ৪ জালুক দিয়া পাৰৰ মাংসৰ জোল, ঔ টেঙা দি দাইল৷ গৰম গৰম ভাতৰ কাঁহীখনৰ পৰা ধোঁৱাবোৰ কুণ্ডলী পকাই গৈ শূন্যত বিলিন হৈছে৷: কি ৰান্ধিছে মা?: তুমি ভালপোৱা পাৰৰ মাংস…

সহযাত্রী, খণ্ড- ৪ : ধাৰাবাহিক উপন্যাস

আগৰ খণ্ড ১ আগৰ খণ্ড ২ আগৰ খণ্ড ৩ বগা ৰঙৰ শাড়ী তাত নীলা নীলা পাতৰ ডিজাইনৰ ফুল৷ সৰু ইয়েৰিং আৰু ডিঙিত চেইন এডাল, হাতত নীলা ৰঙৰ সৰু সৰু খাৰু, কিতাপ কেইখনমান লৈ ৰুমলৈ আহিছে মীনাক্ষী মেম৷ বয়স পছিশ বছৰমান…

সহযাত্রী, খণ্ড- ৩ : ধাৰাবাহিক উপন্যাস

আগৰ খণ্ড ১ আগৰ খণ্ড ২ গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে৷ তাইৰ ভাগৰো বহুত লাগিছে৷ গোটেই দেহটো অৱশ হৈ পৰিছে৷ হাত ভৰি অচল হৈ যোৱা যেন লাগি গৈছে৷ নীলা ৰঙৰ আঁঠুলৈ পৰা ফ্ৰক, গালে মুখে পানীৰ টোপালবোৰ বিৰিঙি…

সহযাত্রী, খণ্ড- ২ : ধাৰাবাহিক উপন্যাস

আগৰ খণ্ড ১ "অ' মোৰ আপোনাৰ দেশ" জাতীয় সংগীতটি বাজি উঠিল। ছাত্র-ছাত্ৰী, শিক্ষক- শিক্ষয়ত্ৰী, কৰ্মচাৰী সকলো য'ত আছিল তাতে ৰৈ গ'ল। অৰুণিমাই এইবোৰৰলৈ মনেই কৰা নাই। তাই খোজকাঢ়ি গৈয়ে আছে। কলেজৰ এই নিয়মৰ বিষয়ে জনা নাছিল তাই। সকলো কলেজতে এনেকুৱা…