Posted inগল্প
আপোন ঘৰ: আয়নাল হক
এটা মনে ভবা ঘৰ কাকনো নালাগে! সকলোকে লাগে। সকলোৱে বিচাৰে নিজাকৈ এটি সুন্দৰ ঘৰ। জীৱনৰ অধিকাংশ উপাৰ্জন এটা নিজা ঘৰ সজাওঁতেই খৰছ হয়।এটা পৰিকল্পিত ঘৰত সা-সম্পত্তিবোৰ নিৰাপদে ৰাখি আৰামপ্ৰিয় জীৱন কটাবলৈকে যেন মানুহৰ জীৱন সংগ্ৰাম। ৰমানন্দও তাৰ ব্যতিক্ৰম নহয়। দৰিদ্ৰতাৰ…