Posted inকবিতা
ঠিকনা: ঋতুপৰ্ণা ইংতিপি
দেউতাকৰ ফুলনিৰ তাই এপাহি কোমল কলি।দেউতাকৰ আদৰ আৰু মৰমৰ পৰশত ৰক্ত জবা হৈজিলিকি আছিল ফুলনিৰ মাজত।সাত দিনৰ লৈ চাব পৰা নাছিল তাই দেউতাকৰ মুখনি।কদদুণৰিৰ আগত তিনি গছি বন্তি জ্বলাই সমাজৰ মাজত সজাই পৰাই।সপোন কোঁৱৰ পদূলিত আহি ৰ'ল,জোঁৱাই বুলি মাকে চুমা…