অচিনাকি :শৈলেন কুমাৰ

অচিনাকি আজিও তুমিমইচিনাকি জানো সমাজৰ নাট৷বতাহজাকে হয়তো নেজানেফুলৰ সুগন্ধি কিন্তু সি বলিব জানে আকাশগংগা হৈ৷ তোমাৰ মুৰৰ ৰঙা দাগটোৱেহয়টো বহুতকে কৰে অতিষ্ঠ৷মাজনিশাৰ চিঞৰ, বুকুৰ বেদনা, বিফলতাৰ সমুদ্ৰ৷ ককবকাই থকাজনক খেদি ফুৰিছে দুঃস্বপ্নই, আহৰি পোৱা নাই, মেঘৰ আঁৰত লুকুৱাই হাঁহিছে ঘোৰ…

মৰমৰ সখী: বন্দনা মহন্ত

মৰমৰ সখী ! সেউজীয়া সপোন এটাইশাওণৰ পথাৰতএঙামুৰি দি গীত গাই থাকোতেইতোলৈ মনত পৰিল আঘোণলৈ কেইমাহ আছে জানো গুটিধানৰ ভঁৰাল ভৰিলেইআমাৰ গাঁৱৰচম্পাৱতীৰ বিয়া হ’বতোকক’ম বুলি ভাবি থোৱাএমোনামান কথাআছেবিয়ালৈ আহিবিতাহানিতেতয়ে ময়ে গোৱা গীতবোৰগামএকেলগে নাচিমসুখ দুখৰ কথা পাতিম তই আহিবিনে জনাবি দেই ৷…

মুক্ত আকাশ: মৃন্ময় শইকীয়া

সৰাফুলৰ পাহিত নিয়ৰৰ চিকমিকনিকেউ কাষে উন্মাদ বা‌‌ মাজতে‌ এডাল মমবাতিজ্বলাবলৈ যে পোহৰেই পোহৰ আছে মাথোঁ আন্ধাৰৰ আশ্বাস হৈ!যৱনিকাৰ ক্ষণ গণা কুঁহিপাতৰপৃষ্ঠাত জোনে ঢলা স্নিগ্ধতাৰ সুবাস;অমাৱশ্যাৰ‌ এটি নিশা! হাড় কঁপোৱা জাৰৰ ভীষণ উত্তাপ ‌মাথোঁঁ এখনি বগা চাদৰ, ‌প্ৰজ্বলিত শিখাৰ দপদপনি‌ উন্মত্ত…

তেওঁ অমৰ: শ্ৰৱণ বৰবৰা

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ কৃষ্টি-সংস্কৃতি তেওঁৰে ন ন সৃষ্টি,জগতত কৰে সাহিত্য বীজৰ সৃষ্টি৷তেৱেঁ কবি তেৱেঁ চিত্ৰকাৰ, তেওঁৰ সমান সৃষ্টি আছে কাৰ৷গীতত তেওঁ নৃত্যত তেওঁ, তেওঁৰ সৃষ্টিৰাজিতে অসমীয়াৰ অস্তিত্ব বিচাৰি পাওঁ৷সুন্দৰৰ পূজাৰী আমাৰ কলাগুৰু, মৃত্যু পাছতো নাই তেওঁ শতৰুপ্ৰাণৰো প্ৰাণ হৃদয়ৰ গান,…

তুমি নাৰী: গীতাক্ষী চুতীয়া

তুমি নাৰী হৈ জন্মিচাদুৰ্বল মনোভাৱ নাৰাখিবাবহুত কষ্ট সহ্য কৰিব লাগিবগতিকে অত্যন্ত সাহসী হোৱা৷ জীৱনত কৃতকাৰ্যতা হবলৈ মমতাময়ী হোৱা,কিয়নো তুমি নাৰীনাৰী অবিহনে,এখন পৃথিৱী সদায় আধৰুৱা৷ তোমাক জীৱনে বাৰে বাৰে কন্দুৱাবকিন্তু তুমি ভাগৰি পৰিলে নহ'বতুমি যুঁজিব লাগিব আৰু জিকিব লাগিব৷ বুকুত বান্ধিব…

আৰু বহু দূৰ যাব লাগিব আগুৱাই: অভিজিৎ কোঁৱৰ

আৰু বহু দূৰ যাব লাগিব আগুৱাইঠৰ লাগিলেও খোজবোৰত উদ্যম ঢালি যাব লাগিব আগুৱাই,হাজাৰ বাধাৰ প্ৰাচীৰ ভাঙি গঢ়িব লাগিব সাফল্যতা দ্বাৰ,চেতনাৰ গভীৰত অনুশোচনাৰ অনল একুৰা লৈঅংকুৰিতকৰিব লাগিব সুখৰ সেউজীয়া বীজ,আগুৱাই যাব লাগিব বহু ঈষা দৃষ্টি নেওচিবহু ককৰ্থনা ভাষ্য নেওচি ভাললগা,প্ৰিয় বহু…

প্ৰভাতী আভা : শ্ৰৱণ বৰবৰা

তুমি সঁচাই ধুনীয়াতুমি ধুনীয়া বাবেইতুমি অহাৰ বাটত ফুলিছে চোৱাচোন নাহৰবোৰ নাহৰৰ শাৰী শাৰী গছবোৰৰ ডালত বহি চৰাইবোৰেও সুঁহুৰি মাৰি জোকাইছে তোমাক চোৱাচোন৷ সৌৱা চোৱা বেলিটিয়ে লাজে লাজে কিদৰে মিচিকিয়াই হাঁহি মাৰিছেকোমল পুৱাৰ তুমিয়ে পোহৰৰ একাঁজলি আভাসদায় আহিবা তুমি মুখত লৈ…

তোমাৰ অন্তিম চিঠিখনি : শশ্ৰণ বৰবৰা

আহিছিলা তুমি বুকুত অযুত মৰম বান্ধি৷দিছিলা দুহাত মেলি …নীলাখামৰ চিঠিখনি৷হিয়া উপচি পৰাকৈ অলেখ মৰম ঢালি৷কোনোবা বলিয়া বানেথান-বান কৰি নিলে মৰমৰ গৰাটি৷চাওঁ বুলিও নেদেখোঁ…..সেই হালি-জালি থকা কঁহুৱা বন ডৰা৷কিমান অনাই-বনাই ঘূৰি পৰিলোঁ ভাগৰি…!তোমাক এবাৰ চোৱা হেঁপাহত….!আজিও বিয়পি আছে তোমালৈ মৰম!লাজুক লাজুক…

বিষাদ: ঋতুমণি তালুকদাৰ

মিলিয়ে আজি ঢেঁকীয়া আৰু কচু শাক তুলি মাকৰ লগত বজাৰলৈ যায়।ৰাস্তাৰ কাষতে ওচৰৰ কেইবাজনী মানুহে শাক-পাচলি বিক্রি কৰি থাকে।গতিকে এইবাৰ মিলিও সিদ্ধান্ত ল'লে।ফটা কপোৰ এখন পাৰি শাক খিনি মিলিয়ে থ'লে।আনৰ দৰে তায়ো কাষতে বহি ৰ'ল ।মনতে বিষাদৰ জুই জ্বলিছিল যদিও…

শ্বাশ্বত: মণিকংগনা পাতৰ

নীলা আকাশখন পলকতে ধুৱলি৷সূৰ্য্যাস্তই মিচিকিয়াব‌ নৌ পাওঁতে ক’লা ডাৱৰেঢাকি দিলে হেঙুলীয়া আভাবিষাদৰ কৰুণ সুৰ এতিয়া বৰকৈ সস্তীয়া৷নদীৰ সিমনাই দিব নোৱাৰে সময়ৰঅনুজ্বল তালিকা শ্ৰেষ্ঠতাৰ পৃথিৱীৰ আছে জানোমূল্য তোৰ মোৰ নিচিনাৰহাজাৰ জনৰ বাবে প্ৰশ্ন সুলভ মূল্যৰদিনৰ অজানিতে ৰাতি চলে মিত্ৰতাৰ সজোৰ কলৰৱ৷উকা…