সম্পর্কৰ শিকলি ছিঙি : সংগীতা ডেকা

“ পাৰ্থিৱ শৰীৰৰ কাৰাগাৰৰ পৰা মুক্ত হৈ চিৰশাশ্বত নিৰ্মল, শান্তিৰ তৃপ্তিৰে ভৰপূৰ পৱিত্ৰ আলোকৰ শৰণাপন্ন হ’ব পাৰিলে আৰু নো কি লাগে? মিছা পৃথিৱীত মাথোঁঁ ক্ষন্তেকীয়া সুখৰ হে পয়োভৰ….! “ ডায়েৰীৰ পাতত এনেকুৱাকৈ শব্দবোৰ হ’ল খোদিত৷ কাষত একাপ চেঁচা চাহ৷ যিয়ে…

অভিজ্ঞতা: মঞ্জু কাকতি

"এইজনী আমাৰ মলয়া নহয় জানো ?" হয় বাইদেউ ,কি কৰিছে? "ভাতকেইটা খাই বাৰণ্ডাতে বহি আছোঁ, ৰাষ্টাতেই ৰৈ থাকিলা যে | ভিতৰলৈ সোমাই আহা আকৌ | ""মই এনেও আপোনাৰ তাত আবেলি আহিম বুলি ভাৱিছিলোৱেই,বেঙ্কলৈ গৈছিলোঁ আজি আজি বৰ ডাঙৰ বিপদৰ পৰা…