প্ৰেমৰ মিঠা অনুভৱ : ৰাহুল চেতিয়া

প্ৰেমৰ মিঠা অনুভৱ : ৰাহুল চেতিয়া

প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ৷ ভালপোৱা হৃদয়ৰ এক সূক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনুভূতিৰ সমষ্টি ভালপোৱা৷ জীৱনৰ সমস্ত সেউজীয়া, আশা-আকাংক্ষা, হেঁপাহ, অনুভৱ-অনুভূতি শ্ৰদ্ধা-সন্মান ইত্যাদিৰ যোগফলেই হৈছে প্ৰেম, ভালপোৱা৷ বসন্তৰ মনোমোহা পৰিবেশৰ দৰে শুভ্ৰ আকাশৰ তলত…
দূৰ্গং নাশয়তি যা নিত্যং সা দুৰ্গা বা প্ৰকীতিৰ্তা

দূৰ্গং নাশয়তি যা নিত্যং সা দুৰ্গা বা প্ৰকীতিৰ্তা

আমাৰ ভাৰতবৰ্ষ বৈচিত্ৰ্য্যময় সংস্কৃতিৰে ভৰপূৰ দেশ৷ ধৰ্মৰ মাজত গভীৰভাৱে শিপাই থকা সজীৱ আৰু বৰ্ণিল উৎসৱৰ বাবে ভাৰত পৃথিৱী বিখ্যাত৷ শৰতৰ আগমনিৰ লগে লগে দুৰ্গা পূজাৰ উলহমালহে সকলোৰে মনলৈ শান্তি আৰু আনন্দ কঢ়িয়াই আনে৷ হিন্দু পঞ্জিকা অনুসৰি আহিন মাহত শাৰদীয় দুৰ্গা…
বতাহত হালিজালি থকা জবা ফুলপাহি : বন্দনা মহন্ত

বতাহত হালিজালি থকা জবা ফুলপাহি : বন্দনা মহন্ত

মৰমৰ মইনাহঁত! বতাহত হালিজালি থকা ফুলনিৰ জবাফুল পাহলৈ তোমালোকে নিশ্চয় মন কৰিছা৷ জবাফুলৰ সৌন্দৰ্যই সকলোৰে মন মুহি নিয়ে৷ জবাফুলৰ বৈজ্ঞানিক নাম প্ৰজাতি অনুসৰি কেবাটাও আছে৷ যেনে -- --হিবিচকাচ চাবদাৰিকা (Hibiscus sabdarika) /হিবিচকাচ ৰচা চাইনেচিচ (Hibiscus rosa SINENSIS ) /হিবিচকাচ চিৰিয়াকাচ…
মাদকদ্ৰব্যই কোঙা কৰা আধুনিক সমাজ

মাদকদ্ৰব্যই কোঙা কৰা আধুনিক সমাজ

বৰ্তমান সমাজখন পৰিৱৰ্তন হৈছে ৷ আধুনিকৰ পৰা আধুনিকতালৈ গতি কৰিছে বৈজ্ঞানিক দৃষ্টিভংগীয়ে ব্যাপক প্ৰসাৰতা লাভ কৰিছে ৷ উন্নতি শিখৰলৈ গতি কৰা সমাজখনত মাদকদ্ৰব্যই কোঙা কৰিছে ৷ ঘৰে ঘৰে মদৰ খোৱা কাৰোবাৰ বাবে ফেশ্বন হৈ পৰিছে। এটুপী ন’হলে যেন উৎসৱ পাৰ্ৱণ…
যেতিয়া জীৱনে হাঁহিব: জীৱন যাত্ৰাত আনন্দক আকোৱালি লওক

যেতিয়া জীৱনে হাঁহিব: জীৱন যাত্ৰাত আনন্দক আকোৱালি লওক

যেতিয়া জীৱনে হাঁহিব: জীৱন যাত্ৰাত আনন্দক আকোৱালি লওক। জীৱনে হাঁহিছে যেতিয়া আমি কম আশা কৰোঁ, প্ৰায়ে বিশৃংখলতা আৰু অনিশ্চয়তাৰ মাজত। এই মুহূৰ্তবোৰত আমাক সোঁৱৰাই দিয়ে যে নিজকে বেছি গুৰুত্বসহকাৰে লওক আৰু আপোনাৰ জীৱন সংগ্ৰামত হাস্যৰস অলপ বিচাৰি উলিয়াৱক দুখ বোৰ…

মহাপুৰুষ মাধৱদেৱ: বন্দনা মহন্ত

১৪৮৯ খ্ৰীষ্টাব্দত উত্তৰ লখীমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলত গুৰুজনাৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল৷ পিতৃৰ নাম আছিল গোৱিন্দগিৰী আৰু মাতৃৰ নাম আছিল মনোৰমা দেৱী৷ ১৫২২ খ্ৰীষ্টাব্দত “বেলগুৰি“ নামৰ ঠাইত সৌভাগ্যক্ৰমে মহাপুৰুষ শংকৰদেৱক লগ পাইছিল৷ তাতেই মাধৱদেৱৰ জীৱনে দিক্ সলনি কৰিছিল৷…

দ্বিতীয় বাংলাদেশ হ’ব নেকি অসম?

বিগত সময়চোৱাত বাংলাদেশৰ ছাত্ৰ সংগঠনৰ আন্দোলন পৰৱৰ্তীকালত হিংসাত্মক ৰূপ লোৱাৰ মূল কাৰণ মৌলবাদী, অপশক্তিৰ উত্থান৷ এয়া গণতন্ত্ৰৰ বাবে চৰম ভাবুকি৷ আমি কেতিয়াও নিবিছাৰোঁ অসম তথা ভাৰতবৰ্ষ দ্বিতীয় বাংলাদেশ হোৱাতো৷ কিন্তু শাসকে যেতিয়া শোষণ আৰম্ভ কৰে তেতিয়া জনসাধাৰণে তাৰ উচিত প্ৰত্তুত্যৰ…

প্ৰেৰণা: অৰ্ণৱ কটকী

তুমি মোৰ বাবে এটা প্ৰেৰণাৰ সুঁতি হোৱামই তাতে মোৰ দিঙা খনি চপামতোমাৰবুকুয়েদি উজাই গৈ পাম মোৰ চিনাকি সেই ঘাট৷য’ত সংগম হব তোমাৰ মোৰ মৰমৰ৷তুমি জ্বলোৱা মৰমৰ শিখা বুকুতবান্ধি সাহসৰ অদম্য শক্তিৰে যুঁজি যাম জীৱন বাটততুমি মাথোঁঁ প্ৰেৰণাৰ এচাতি মলয়া হোৱাসুৰ…

সহযাত্রী, খণ্ড- ৬ : ধাৰাবাহিক উপন্যাস – ঋতুপর্ণা ইংতিপি

আগৰ খণ্ড ১ আগৰ খণ্ড ২ আগৰ খণ্ড ৩ আগৰ খণ্ড ৪ আগৰ খণ্ড ৫ : মাজনী অই,: আজি গধূলি নামঘৰত শৰাই এভাগ দিবগৈ লাগিব৷ ভাদ মাহটোৰ আধা গ’লেই নহয়৷: কিবা কিবি অলপ যতাব লাগিব ন মা?: অ’ চুজি লাৰু…

সম্পর্কৰ শিকলি ছিঙি : সংগীতা ডেকা

“ পাৰ্থিৱ শৰীৰৰ কাৰাগাৰৰ পৰা মুক্ত হৈ চিৰশাশ্বত নিৰ্মল, শান্তিৰ তৃপ্তিৰে ভৰপূৰ পৱিত্ৰ আলোকৰ শৰণাপন্ন হ’ব পাৰিলে আৰু নো কি লাগে? মিছা পৃথিৱীত মাথোঁঁ ক্ষন্তেকীয়া সুখৰ হে পয়োভৰ….! “ ডায়েৰীৰ পাতত এনেকুৱাকৈ শব্দবোৰ হ’ল খোদিত৷ কাষত একাপ চেঁচা চাহ৷ যিয়ে…