শ্বাশ্বত: মণিকংগনা পাতৰ

নীলা আকাশখন পলকতে ধুৱলি৷
সূৰ্য্যাস্তই মিচিকিয়াব‌ নৌ পাওঁতে ক’লা ডাৱৰে
ঢাকি দিলে হেঙুলীয়া আভা
বিষাদৰ কৰুণ সুৰ এতিয়া বৰকৈ সস্তীয়া৷
নদীৰ সিমনাই দিব নোৱাৰে সময়ৰ
অনুজ্বল তালিকা শ্ৰেষ্ঠতাৰ পৃথিৱীৰ আছে জানো
মূল্য তোৰ মোৰ নিচিনাৰহাজাৰ জনৰ বাবে প্ৰশ্ন সুলভ মূল্যৰ
দিনৰ অজানিতে ৰাতি চলে মিত্ৰতাৰ সজোৰ কলৰৱ৷
উকা কাগজত কলা চিয়াঁহীৰ দাগ, চিৰ স্পষ্ট৷
ক্ষুধাৰ তাড়নাত শিখা জ্বলি ছাই ছাই হোৱালৈনিমাত!

মণিকংগনা পাতৰ, মৰিগাঁও

Leave a Comment

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *