Posted inঅণুগল্প
প্ৰাপ্তি: ৰাহুল চেতিয়া
আন দিনাৰ দৰে ডিম্পলে ৰাতিপুৱা শুই উঠি স্নান কৰিঘৰৰ কাষৰতে থকা শিৱ মন্দিৰত সেৱা এভাগ কৰিবলৈ বুলি মন্দিৰৰ সন্মুখত থকা লোহাৰ গেটখন খুলি সোমাবলৈ লওঁতে এহাল দম্পত্তি কণমানি এজনীৰ সৈতে সেৱা কৰি থকা দেখা পালে।কণমানিটিয়ে ঈশ্বৰক হাত যোৰ কৰি সেৱা…