Posted inঅনুভৱ
অনুভৱৰ লিখনী: সম্পর্ক প্ৰিয়া ইংতি।
এই যে সমাজৰ সম্পৰ্ক বোৰ মা-দেউতা,খুড়া,খুড়ী,বাই-ভনী এই সম্পৰ্ক বোৰতে মৰম বোৰ সীমিত নে ...?নে সম্পৰ্ক ৰ সিপাৰেও আছে মৰম ,বিশ্বাস,আন্তৰিকতাৰে ভৰা কিছু মৰম লগা বান্ধোন ..??যি প্ৰেমৰ নহয়;ই কেৱল মৰমৰ বান্ধোন যাৰ কোনো নাম নাই,যি সদায় লুকাই থাকে কিন্তু বিচাৰিলে…