সম্পাদনা সহযোগীৰ একলম

জিতু ৰাজ আলোচনী এখনে এখন সমাজক জীয়াই ৰাখিব পাৰে, সৃষ্টিৰ ন ন বাট দেখুৱাব পাৰে৷ আজিৰ ’ডিজিটেল’ পৃথিৱীত আলোচনী এখনৰ অত্যন্তই আৱশ্যক৷ ’ম’বাইল ফোন’ৰ লগতে ’চচিয়েল মিডিয়া’ই গ্ৰাস কৰা যুৱ-প্ৰজন্মক আলোচনী এখনে সেই আসক্তিৰ পৰা মুক্তি দিব পাৰিব, তাৰ বাবে…

সাহিত্য ও সাংস্কৃতিক সম্পাদিকাৰ একলম

ঋতুপৰ্ণা ইংতিপি কিতাপ হৈছে আমাৰ পৰম বন্ধু৷ সময় হৈছে আপুৰুগীয়া সম্পদ৷ এই অমূল্য সময় পৰৰ নিন্দা কৰাত নষ্ট কৰাতকৈ এখন ভাল কিতাপ পঢ়াই শ্ৰেয়৷ ২০২০ চনত ক’ৰণা মহামাৰীয়ে অনাকাংক্ষিত ভাবে আতংকৰ সৃষ্টি কৰিলে৷ কোনো মানুহ ক’তো ওলাই যাব নোৱাৰাকৈ নিসংগ…

পিতাইলৈ বুলি: অভিজিৎ কোঁৱৰ

তহঁতৰ ৰজা-ৰাণী খেলখনত মই ৰজাঘৰীয়া পো হ’ব নোৱাৰিলো পিতাই,খুলি দিব নোৱাৰিলো ৰাজ-প্ৰাসাদৰ দুৱাৰ,কঢ়িয়াই আনিবও নোৱাৰিলো এমুঠি জোনাক,আই মুখত এমোকোৰা হাঁহি গুজিসুজিবও নোৱাৰিলোঁ জন্ম লোৱাৰ নামত থকা ধাৰ৷পিতাই পোহৰ বিচাৰি মই যিখন পৃথিৱীত বিচৰণ কৰি আছোঁ,তাত আচলতে পোহৰ নাইপোহৰৰ নামত কেৱল…

দৃশ্য আৰু সত্য: মাধুৰ্য্য খনিকৰ

তুমি এতিয়া এজন সুখী ব্যক্তি হ'লা। সেই নহয় মিছা কৈছে আপুনি? মানে?আপুনি ভাবিছে কিজনি দেখাতোকে সঁচা বুলি দৃশ্য আৰু সত্য মাজতো আছে বহু পাৰ্থক্য।সুখ বিচাৰি বিচাৰি বহুত হাবাথুৰি খালো কিন্তু সুখ কতো বিচাৰি নাপালো,কেৱল শিকিছো নিজক নিজেই সুখী কৰিবলৈ হ'লে…

সহযাত্রী, খণ্ড- ৩ : ধাৰাবাহিক উপন্যাস

আগৰ খণ্ড ১ আগৰ খণ্ড ২ গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে৷ তাইৰ ভাগৰো বহুত লাগিছে৷ গোটেই দেহটো অৱশ হৈ পৰিছে৷ হাত ভৰি অচল হৈ যোৱা যেন লাগি গৈছে৷ নীলা ৰঙৰ আঁঠুলৈ পৰা ফ্ৰক, গালে মুখে পানীৰ টোপালবোৰ বিৰিঙি…

সহযাত্রী, খণ্ড- ২ : ধাৰাবাহিক উপন্যাস

আগৰ খণ্ড ১ "অ' মোৰ আপোনাৰ দেশ" জাতীয় সংগীতটি বাজি উঠিল। ছাত্র-ছাত্ৰী, শিক্ষক- শিক্ষয়ত্ৰী, কৰ্মচাৰী সকলো য'ত আছিল তাতে ৰৈ গ'ল। অৰুণিমাই এইবোৰৰলৈ মনেই কৰা নাই। তাই খোজকাঢ়ি গৈয়ে আছে। কলেজৰ এই নিয়মৰ বিষয়ে জনা নাছিল তাই। সকলো কলেজতে এনেকুৱা…

ভ্ৰম: ঋতুপর্ণা ইংতিপি

প্ৰত্যেক দিনাৰ দৰে আজিও স্কুলৰ পৰা আহি চোতালৰ পৰাই তাই চিঞৰিলে।আইতা অ' আইতা বুলি।দুৱাৰখন বন্ধ দেখি মাক আৰু খুড়ীয়েকৰ ওপৰত খং উঠিল। মানুহজনী অকলে এৰি থৈ ক'ত যায় বুলি কৈয়ে তাই ভিতৰত সোমাল। এইবাৰ তাইৰ খং দুগুণে বাঢ়ে।ইমান গৰমত ফেন…

অচিনাকি :শৈলেন কুমাৰ

অচিনাকি আজিও তুমিমইচিনাকি জানো সমাজৰ নাট৷বতাহজাকে হয়তো নেজানেফুলৰ সুগন্ধি কিন্তু সি বলিব জানে আকাশগংগা হৈ৷ তোমাৰ মুৰৰ ৰঙা দাগটোৱেহয়টো বহুতকে কৰে অতিষ্ঠ৷মাজনিশাৰ চিঞৰ, বুকুৰ বেদনা, বিফলতাৰ সমুদ্ৰ৷ ককবকাই থকাজনক খেদি ফুৰিছে দুঃস্বপ্নই, আহৰি পোৱা নাই, মেঘৰ আঁৰত লুকুৱাই হাঁহিছে ঘোৰ…

অলিম্পিকত ভাৰতৰ প্ৰদশৰ্ন শোচনীয় কিয় ? শৈলেন কুমাৰ

সম্প্ৰতি খেলৰ মহাৰণ অলিম্পিক পেৰিছত আৰম্ভ হৈছে৷ ক্ৰীড়া জগতৰ মহাযুদ্ধ অলিম্পিকত ভাৰতৰ প্ৰদৰ্শন প্ৰত্যেকবাৰেই শোচনীয় হয়৷ ভাৰতৰ জনসংখ্যা ১৪০ কৌটি কিন্তু পদকৰ সংখ্যা তেনেই আঙুলিৰ মুৰত গণিব পৰা এয়া হৈছে ক্ৰীড়াপ্ৰেমীৰ বাবে হতাশা আৰু নিৰাশা৷ অন্য দেশৰ তুলনাত ভাৰতৰ প্ৰদৰ্শন…

মৰমৰ সখী: বন্দনা মহন্ত

মৰমৰ সখী ! সেউজীয়া সপোন এটাইশাওণৰ পথাৰতএঙামুৰি দি গীত গাই থাকোতেইতোলৈ মনত পৰিল আঘোণলৈ কেইমাহ আছে জানো গুটিধানৰ ভঁৰাল ভৰিলেইআমাৰ গাঁৱৰচম্পাৱতীৰ বিয়া হ’বতোকক’ম বুলি ভাবি থোৱাএমোনামান কথাআছেবিয়ালৈ আহিবিতাহানিতেতয়ে ময়ে গোৱা গীতবোৰগামএকেলগে নাচিমসুখ দুখৰ কথা পাতিম তই আহিবিনে জনাবি দেই ৷…