নাং গগৈ ♥, ধাৰাবাহিক গল্প; খণ্ড – ০৩ : ৰিচা গগৈ

আগৰ খণ্ড ১ আগৰ খণ্ড ২ এমুঠি কবিতা তোমাৰ বাবে - অজানিতে আহিলা তুমিনাজানো তোমাৰ পৰিচয় কিহৃদয়ৰ নিভাজ কোণতএতিয়া তোমাৰ নামত শিপাইছেএটি শিৰোনাম বিহীন প্ৰেমৰ পুলি৷ 💕 খুউব ধুনীয়া৷ ছোৱালী প্ৰেমত পৰিলা নেকি?বিপ্লৱ ভৰালীৰ মন্তব্য৷উফ্….ভাল লাগি গল তাইৰ৷ তাই প্ৰেমত…

নাং গগৈ ♥, ধাৰাবাহিক গল্প; খণ্ড – ০২ : ৰিচা গগৈ

আগৰ খণ্ড ১ প্ৰেম হেনো অজানিতেই হয় ….কথাষাৰ বিশ্বাস - অবিশ্বাসৰ দোমোজাত৷ সময় নিশা ১১ বাজিছে৷ লিখিব লগীয়া Assignment বোৰ লিখি আজৰি হৈ ভাত কেইটা খাই বিছনাত পৰিল৷ ভাবনাতে বিভোৰ৷ প্ৰেম…. এজাক চেঁচা বতাহ৷ শিৱসাগৰৰ পৰা যোৰহাটৰ দূৰত্ব বৰ বেছিও…

নাং গগৈ ♥, ধাৰাবাহিক গল্প; খণ্ড – ০১ : ৰিচা গগৈ

“Hey Miss তুমি বহুত ধুনীয়া কবিতা লিখা৷“ দিনটোৰ ব্যস্ততাৰ অন্তত সন্ধিয়া তাই ফেচবুকটো খুলি চাইছিল হে, বিপ্লৱ ভৰালী নামৰ ল’ৰা এজনে মেচেজ কৰিলে৷ অনিচ্ছা স্বত্বেও তাই মেচেজটোৰ reply কৰিলে.... আন্তৰিকতাৰে ধন্যবাদ জনালোঁ৷ “তোমাৰ লগত চিনাকি হ’ব পাৰিম নেকি? “সিফালৰ পৰা…

আশাৰ ৰেঙণি: ঋতুপর্ণা ইংতিপি

নিৰাশাৰ নিহলেৰে বান্ধিলা।সপোনবোৰ মোহাৰি পেলালাযদি সপোনবোৰ মিছা আছিলইমান আশা কিয় দিছিলা..?দুচকুৰে নিগৰে অশ্রুকিয়নো নুবুজা হৃদয়ৰ বেথাবোৰ।দিন ৰাতি একাকাৰনিৰ্জন উজাগৰীদীঘলীয়া যামিনী।আকাশত জোন বেলিসদায় ওলাব।সন্ধ্যাৰ তৰাই আকাশ পোহৰাব।অন্তঃকৰণত হাহাকাৰ তাণ্ডৱ সৃষ্টি হ'ব।মন গহনত এচমকাক'লা ডাৱৰে ছানি ধৰিব।নীৰৱে হৃদয়ৰ একোণ উচুপিব ।পোৱা নোপোৱা…

লিজি ভেলাস্কেজৰ বিষয়: সংগীতা ডেকা

এখেত হৈছে এক অনন্য প্ৰতিভাৰ গৰাকী৷ কিন্তু “লিজি ভেলাস্কেজক“ বিশ্বৰ আটাইতকৈ কুৎচিত মহিলা হিচাপে অভিহিত কৰা হয়৷ কিয়নো তেওঁ দেখাত ভয় লগা শাৰীৰিক গঠনৰ, অতিকৈ ক্ষীণ, এটা চকু অন্ধ৷ যাৰ বাবে তেখেতৰ বিষয়ে এইদৰে মত পোষণ কৰা হৈছে৷ আনকি সমাজৰ…

মহাপুৰুষ মাধৱদেৱ: বন্দনা মহন্ত

১৪৮৯ খ্ৰীষ্টাব্দত উত্তৰ লখীমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলত গুৰুজনাৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল৷ পিতৃৰ নাম আছিল গোৱিন্দগিৰী আৰু মাতৃৰ নাম আছিল মনোৰমা দেৱী৷ ১৫২২ খ্ৰীষ্টাব্দত “বেলগুৰি“ নামৰ ঠাইত সৌভাগ্যক্ৰমে মহাপুৰুষ শংকৰদেৱক লগ পাইছিল৷ তাতেই মাধৱদেৱৰ জীৱনে দিক্ সলনি কৰিছিল৷…

দ্বিতীয় বাংলাদেশ হ’ব নেকি অসম?

বিগত সময়চোৱাত বাংলাদেশৰ ছাত্ৰ সংগঠনৰ আন্দোলন পৰৱৰ্তীকালত হিংসাত্মক ৰূপ লোৱাৰ মূল কাৰণ মৌলবাদী, অপশক্তিৰ উত্থান৷ এয়া গণতন্ত্ৰৰ বাবে চৰম ভাবুকি৷ আমি কেতিয়াও নিবিছাৰোঁ অসম তথা ভাৰতবৰ্ষ দ্বিতীয় বাংলাদেশ হোৱাতো৷ কিন্তু শাসকে যেতিয়া শোষণ আৰম্ভ কৰে তেতিয়া জনসাধাৰণে তাৰ উচিত প্ৰত্তুত্যৰ…

আত্মবিশ্বাস : অভিজিৎ কোঁৱৰ

পিছনিশা ফুলি উঠা এপাহি সুগন্ধি ফুল তুমিসুবাস ছটিয়াই সদ্যস্নাত পুৱাটোকআমোলমোলাই ৰখা প্ৰথম প্ৰহৰৰ ৰ’দ তুমি,তুমি বুকুৰ বৃন্দাবনত সুললিতসুৰ এটি হৈ সাৰ পাই থকা মূৰ্ছনা,ঐনিতমৰ ৰাগীত ছাঁই আপঙৰ নিচালগোৱাৰ তুমি এফাকি প্ৰেমৰ কবিতা,গানে গানে বৈ যোৱা হৃদয়ৰ শীতলতাত তুমি,শব্দৰে সজ্জিত বুকুৰ…

প্ৰেৰণা: অৰ্ণৱ কটকী

তুমি মোৰ বাবে এটা প্ৰেৰণাৰ সুঁতি হোৱামই তাতে মোৰ দিঙা খনি চপামতোমাৰবুকুয়েদি উজাই গৈ পাম মোৰ চিনাকি সেই ঘাট৷য’ত সংগম হব তোমাৰ মোৰ মৰমৰ৷তুমি জ্বলোৱা মৰমৰ শিখা বুকুতবান্ধি সাহসৰ অদম্য শক্তিৰে যুঁজি যাম জীৱন বাটততুমি মাথোঁঁ প্ৰেৰণাৰ এচাতি মলয়া হোৱাসুৰ…

সহযাত্রী, খণ্ড- ৭ : ধাৰাবাহিক উপন্যাস – ঋতুপর্ণা ইংতিপি

আগৰ খণ্ড ১ আগৰ খণ্ড ২ আগৰ খণ্ড ৩ আগৰ খণ্ড ৪ আগৰ খণ্ড ৫ আগৰ খণ্ড ৬ : অই, অৰু এইখন কেনেকুৱা লাগিছে?: ভালেই লাগিছে, কালাৰটো ধুনীয়া৷: অডাৰ দিওঁ নে?: দে! মোক সুধিব লাগে নে?: কলেজত পিন্ধি আহিবলৈ আকৌ৷:…