মৰমৰ সখী !
সেউজীয়া সপোন এটাইশাওণৰ
পথাৰতএঙামুৰি দি গীত গাই
থাকোতেইতোলৈ মনত পৰিল আঘোণলৈ
কেইমাহ আছে জানো গুটিধানৰ ভঁৰাল ভৰিলেইআমাৰ গাঁৱৰচম্পাৱতীৰ বিয়া হ’বতোকক’ম বুলি ভাবি থোৱাএমোনামান কথাআছেবিয়ালৈ আহিবিতাহানিতেতয়ে ময়ে গোৱা গীতবোৰগামএকেলগে নাচিমসুখ দুখৰ কথা পাতিম তই আহিবিনে জনাবি দেই ৷
বন্দনা মহন্ত✍🏼