নাং গগৈ ♥, ধাৰাবাহিক গল্প; খণ্ড – ০৪ : ৰিচা গগৈ

আগৰ খণ্ড ১ আগৰ খণ্ড ২ আগৰ খণ্ড ৩ জুন মাহৰ নিৰিবিলি সন্ধ্যা৷ মাজ নিশালৈ বৰষুণ এজাক অহাৰ সম্ভাৱনা আছে৷ পৰীক্ষা শেষ হোৱা দুটা দিন পাৰ হ’ল৷ বিপ্লৱৰ মেচেজ এটাও নাই৷ কিবা উকা যেন লাগিছে তাইৰ৷ পৰীক্ষা কেইদিন বাৰু তাইৰ…

নাং গগৈ ♥, ধাৰাবাহিক গল্প; খণ্ড – ০৩ : ৰিচা গগৈ

আগৰ খণ্ড ১ আগৰ খণ্ড ২ এমুঠি কবিতা তোমাৰ বাবে - অজানিতে আহিলা তুমিনাজানো তোমাৰ পৰিচয় কিহৃদয়ৰ নিভাজ কোণতএতিয়া তোমাৰ নামত শিপাইছেএটি শিৰোনাম বিহীন প্ৰেমৰ পুলি৷ 💕 খুউব ধুনীয়া৷ ছোৱালী প্ৰেমত পৰিলা নেকি?বিপ্লৱ ভৰালীৰ মন্তব্য৷উফ্….ভাল লাগি গল তাইৰ৷ তাই প্ৰেমত…

নাং গগৈ ♥, ধাৰাবাহিক গল্প; খণ্ড – ০২ : ৰিচা গগৈ

আগৰ খণ্ড ১ প্ৰেম হেনো অজানিতেই হয় ….কথাষাৰ বিশ্বাস - অবিশ্বাসৰ দোমোজাত৷ সময় নিশা ১১ বাজিছে৷ লিখিব লগীয়া Assignment বোৰ লিখি আজৰি হৈ ভাত কেইটা খাই বিছনাত পৰিল৷ ভাবনাতে বিভোৰ৷ প্ৰেম…. এজাক চেঁচা বতাহ৷ শিৱসাগৰৰ পৰা যোৰহাটৰ দূৰত্ব বৰ বেছিও…

নাং গগৈ ♥, ধাৰাবাহিক গল্প; খণ্ড – ০১ : ৰিচা গগৈ

“Hey Miss তুমি বহুত ধুনীয়া কবিতা লিখা৷“ দিনটোৰ ব্যস্ততাৰ অন্তত সন্ধিয়া তাই ফেচবুকটো খুলি চাইছিল হে, বিপ্লৱ ভৰালী নামৰ ল’ৰা এজনে মেচেজ কৰিলে৷ অনিচ্ছা স্বত্বেও তাই মেচেজটোৰ reply কৰিলে.... আন্তৰিকতাৰে ধন্যবাদ জনালোঁ৷ “তোমাৰ লগত চিনাকি হ’ব পাৰিম নেকি? “সিফালৰ পৰা…

সহযাত্রী, খণ্ড- ৭ : ধাৰাবাহিক উপন্যাস – ঋতুপর্ণা ইংতিপি

আগৰ খণ্ড ১ আগৰ খণ্ড ২ আগৰ খণ্ড ৩ আগৰ খণ্ড ৪ আগৰ খণ্ড ৫ আগৰ খণ্ড ৬ : অই, অৰু এইখন কেনেকুৱা লাগিছে?: ভালেই লাগিছে, কালাৰটো ধুনীয়া৷: অডাৰ দিওঁ নে?: দে! মোক সুধিব লাগে নে?: কলেজত পিন্ধি আহিবলৈ আকৌ৷:…

সহযাত্রী, খণ্ড- ৬ : ধাৰাবাহিক উপন্যাস – ঋতুপর্ণা ইংতিপি

আগৰ খণ্ড ১ আগৰ খণ্ড ২ আগৰ খণ্ড ৩ আগৰ খণ্ড ৪ আগৰ খণ্ড ৫ : মাজনী অই,: আজি গধূলি নামঘৰত শৰাই এভাগ দিবগৈ লাগিব৷ ভাদ মাহটোৰ আধা গ’লেই নহয়৷: কিবা কিবি অলপ যতাব লাগিব ন মা?: অ’ চুজি লাৰু…

সহযাত্রী, খণ্ড- ৫ : ধাৰাবাহিক উপন্যাস – ঋতুপর্ণা ইংতিপি

আগৰ খণ্ড ১ আগৰ খণ্ড ২ আগৰ খণ্ড ৩ আগৰ খণ্ড ৪ জালুক দিয়া পাৰৰ মাংসৰ জোল, ঔ টেঙা দি দাইল৷ গৰম গৰম ভাতৰ কাঁহীখনৰ পৰা ধোঁৱাবোৰ কুণ্ডলী পকাই গৈ শূন্যত বিলিন হৈছে৷: কি ৰান্ধিছে মা?: তুমি ভালপোৱা পাৰৰ মাংস…

সহযাত্রী, খণ্ড- ৪ : ধাৰাবাহিক উপন্যাস

আগৰ খণ্ড ১ আগৰ খণ্ড ২ আগৰ খণ্ড ৩ বগা ৰঙৰ শাড়ী তাত নীলা নীলা পাতৰ ডিজাইনৰ ফুল৷ সৰু ইয়েৰিং আৰু ডিঙিত চেইন এডাল, হাতত নীলা ৰঙৰ সৰু সৰু খাৰু, কিতাপ কেইখনমান লৈ ৰুমলৈ আহিছে মীনাক্ষী মেম৷ বয়স পছিশ বছৰমান…

সহযাত্রী, খণ্ড- ৩ : ধাৰাবাহিক উপন্যাস

আগৰ খণ্ড ১ আগৰ খণ্ড ২ গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে৷ তাইৰ ভাগৰো বহুত লাগিছে৷ গোটেই দেহটো অৱশ হৈ পৰিছে৷ হাত ভৰি অচল হৈ যোৱা যেন লাগি গৈছে৷ নীলা ৰঙৰ আঁঠুলৈ পৰা ফ্ৰক, গালে মুখে পানীৰ টোপালবোৰ বিৰিঙি…

সহযাত্রী, খণ্ড- ২ : ধাৰাবাহিক উপন্যাস

আগৰ খণ্ড ১ "অ' মোৰ আপোনাৰ দেশ" জাতীয় সংগীতটি বাজি উঠিল। ছাত্র-ছাত্ৰী, শিক্ষক- শিক্ষয়ত্ৰী, কৰ্মচাৰী সকলো য'ত আছিল তাতে ৰৈ গ'ল। অৰুণিমাই এইবোৰৰলৈ মনেই কৰা নাই। তাই খোজকাঢ়ি গৈয়ে আছে। কলেজৰ এই নিয়মৰ বিষয়ে জনা নাছিল তাই। সকলো কলেজতে এনেকুৱা…