Posted inকবিতা
মুক্ত আকাশ: মৃন্ময় শইকীয়া
সৰাফুলৰ পাহিত নিয়ৰৰ চিকমিকনিকেউ কাষে উন্মাদ বা মাজতে এডাল মমবাতিজ্বলাবলৈ যে পোহৰেই পোহৰ আছে মাথোঁ আন্ধাৰৰ আশ্বাস হৈ!যৱনিকাৰ ক্ষণ গণা কুঁহিপাতৰপৃষ্ঠাত জোনে ঢলা স্নিগ্ধতাৰ সুবাস;অমাৱশ্যাৰ এটি নিশা! হাড় কঁপোৱা জাৰৰ ভীষণ উত্তাপ মাথোঁঁ এখনি বগা চাদৰ, প্ৰজ্বলিত শিখাৰ দপদপনি উন্মত্ত…