Posted inকবিতা
আঘোণ : ঋতুপৰ্ণা ইংতিপি
আঘোণ মহীয়া পুৱতি নিশাকুঁৱলীয়ে ভেটিছে মোৰ পদূলি৷নিয়ৰৰ মুকুতাই গাঁঠিছেদূবৰিত মালাধাৰী৷ চৌদিশ ধুঁৱলী কুঁৱলীভালকৈ একোৱে মনিবনোৱাৰি৷দূবৰিৰ নিয়ৰে দুভৰি তিয়াইছে;পৰিছে দেহমন শাঁত৷ লাগে লাহে উদয়মানতৰুণ অৰুণৰ কাঁচিয়লি ৰ’দেনিয়ৰৰ কণিকাক কৰিছেআঘাত৷সেউজীৰ বুকুত সোণবৰণীয়া ধান৷ জাকে জাকে পথাৰত দাৱনিৰখিলখিলনিকেচ্ কেচ্ কাচি নচোৱাইজুৰিছে যেন সুৰৰ…