Posted inসাক্ষাৎকাৰ
জীৱনৰ শুকান কুঁহিপাত: ৰাহুল চেতিয়া
জীৱন জীৱন বৰ অনুপম। পোৱা-নোপোৱাৰ মাজেৰে পাৰ হৈ গৈ আছে সকলোৰে জীৱনটো। জীৱনত হয়তো কেতিয়াবা আপুনি বিপদত পৰিছে, হয়তো কিছু সমস্যাৰ সন্মুখীন হব লগা হৈছে আৰু আপুনি সেই সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰিছে যদিও সমাধানসূত্ৰ উলিয়াব পৰা নাই।পৰিয়ালৰ মানুহ বোৰ,…