একপক্ষীয় ভালপোৱা: বদৰুল হক

একপক্ষীয় ভালপোৱা: বদৰুল হক

একপক্ষীয় ভালপোৱাৰ অনুভূতি সচাকৈয়ে বহুত মধুৰ। নহয়নে? একপক্ষীয় ভালপোৱা আটাইবোৰ ভালপোৱাতকৈ পবিত্ৰ আৰু নিকা বুলি কব পাৰি। একপক্ষীয় ভালপোৱাত যিমান উৎসাহ আশা অক্ষাংশা থাকে হয়তো কোনো ভালপোৱাত এনেকুৱা নাথাকে। একপক্ষীয় ভালপোৱাত এজনৰ প্ৰতি যিমান গুৰুত্ব আৰু মূল্য দিয়া হয় যদি…