দূৰ্গং নাশয়তি যা নিত্যং সা দুৰ্গা বা প্ৰকীতিৰ্তা

দূৰ্গং নাশয়তি যা নিত্যং সা দুৰ্গা বা প্ৰকীতিৰ্তা

আমাৰ ভাৰতবৰ্ষ বৈচিত্ৰ্য্যময় সংস্কৃতিৰে ভৰপূৰ দেশ৷ ধৰ্মৰ মাজত গভীৰভাৱে শিপাই থকা সজীৱ আৰু বৰ্ণিল উৎসৱৰ বাবে ভাৰত পৃথিৱী বিখ্যাত৷ শৰতৰ আগমনিৰ লগে লগে দুৰ্গা পূজাৰ উলহমালহে সকলোৰে মনলৈ শান্তি আৰু আনন্দ কঢ়িয়াই আনে৷ হিন্দু পঞ্জিকা অনুসৰি আহিন মাহত শাৰদীয় দুৰ্গা…
বতাহত হালিজালি থকা জবা ফুলপাহি : বন্দনা মহন্ত

বতাহত হালিজালি থকা জবা ফুলপাহি : বন্দনা মহন্ত

মৰমৰ মইনাহঁত! বতাহত হালিজালি থকা ফুলনিৰ জবাফুল পাহলৈ তোমালোকে নিশ্চয় মন কৰিছা৷ জবাফুলৰ সৌন্দৰ্যই সকলোৰে মন মুহি নিয়ে৷ জবাফুলৰ বৈজ্ঞানিক নাম প্ৰজাতি অনুসৰি কেবাটাও আছে৷ যেনে -- --হিবিচকাচ চাবদাৰিকা (Hibiscus sabdarika) /হিবিচকাচ ৰচা চাইনেচিচ (Hibiscus rosa SINENSIS ) /হিবিচকাচ চিৰিয়াকাচ…

লিজি ভেলাস্কেজৰ বিষয়: সংগীতা ডেকা

এখেত হৈছে এক অনন্য প্ৰতিভাৰ গৰাকী৷ কিন্তু “লিজি ভেলাস্কেজক“ বিশ্বৰ আটাইতকৈ কুৎচিত মহিলা হিচাপে অভিহিত কৰা হয়৷ কিয়নো তেওঁ দেখাত ভয় লগা শাৰীৰিক গঠনৰ, অতিকৈ ক্ষীণ, এটা চকু অন্ধ৷ যাৰ বাবে তেখেতৰ বিষয়ে এইদৰে মত পোষণ কৰা হৈছে৷ আনকি সমাজৰ…

মহাপুৰুষ মাধৱদেৱ: বন্দনা মহন্ত

১৪৮৯ খ্ৰীষ্টাব্দত উত্তৰ লখীমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলত গুৰুজনাৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল৷ পিতৃৰ নাম আছিল গোৱিন্দগিৰী আৰু মাতৃৰ নাম আছিল মনোৰমা দেৱী৷ ১৫২২ খ্ৰীষ্টাব্দত “বেলগুৰি“ নামৰ ঠাইত সৌভাগ্যক্ৰমে মহাপুৰুষ শংকৰদেৱক লগ পাইছিল৷ তাতেই মাধৱদেৱৰ জীৱনে দিক্ সলনি কৰিছিল৷…

দ্বিতীয় বাংলাদেশ হ’ব নেকি অসম?

বিগত সময়চোৱাত বাংলাদেশৰ ছাত্ৰ সংগঠনৰ আন্দোলন পৰৱৰ্তীকালত হিংসাত্মক ৰূপ লোৱাৰ মূল কাৰণ মৌলবাদী, অপশক্তিৰ উত্থান৷ এয়া গণতন্ত্ৰৰ বাবে চৰম ভাবুকি৷ আমি কেতিয়াও নিবিছাৰোঁ অসম তথা ভাৰতবৰ্ষ দ্বিতীয় বাংলাদেশ হোৱাতো৷ কিন্তু শাসকে যেতিয়া শোষণ আৰম্ভ কৰে তেতিয়া জনসাধাৰণে তাৰ উচিত প্ৰত্তুত্যৰ…

সহযাত্রী, খণ্ড- ৬ : ধাৰাবাহিক উপন্যাস – ঋতুপর্ণা ইংতিপি

আগৰ খণ্ড ১ আগৰ খণ্ড ২ আগৰ খণ্ড ৩ আগৰ খণ্ড ৪ আগৰ খণ্ড ৫ : মাজনী অই,: আজি গধূলি নামঘৰত শৰাই এভাগ দিবগৈ লাগিব৷ ভাদ মাহটোৰ আধা গ’লেই নহয়৷: কিবা কিবি অলপ যতাব লাগিব ন মা?: অ’ চুজি লাৰু…

সহযাত্রী, খণ্ড- ৫ : ধাৰাবাহিক উপন্যাস – ঋতুপর্ণা ইংতিপি

আগৰ খণ্ড ১ আগৰ খণ্ড ২ আগৰ খণ্ড ৩ আগৰ খণ্ড ৪ জালুক দিয়া পাৰৰ মাংসৰ জোল, ঔ টেঙা দি দাইল৷ গৰম গৰম ভাতৰ কাঁহীখনৰ পৰা ধোঁৱাবোৰ কুণ্ডলী পকাই গৈ শূন্যত বিলিন হৈছে৷: কি ৰান্ধিছে মা?: তুমি ভালপোৱা পাৰৰ মাংস…

স্বাধীনতা দিৱস নে উৎসৱ?

এটা সময় আছিল যেতিয়া স্বাধীনতা দিৱসৰ দিনটোত আমাৰ দেহমন দেশভক্তিৰে ভৰি পৰিছিল৷ সেইসময়ত স্কুল আৰু অন্য প্ৰশাসনিক কাৰ্য্যালয় সমূহত জাতীয় পতাকা উত্তোলনকে আদি কৰি বিভিন্ন দেশভক্তি মূলক কাৰ্য্যসুচী উদযাপন কৰা হৈছিল৷ তেতিয়া স্বাধীনতা দিৱসৰ দিনটোৰ এক সুকীয়া মাদকতা আছিল৷ এতিয়া…

ওৰণি এক আলোকপাত : বন্দনা মহন্ত

ওৰণি লোৱা বুলিলে অসমীয়া সমাজত চাদৰৰ আঁচলেৰে মহিলাই মূৰ ঢাকি লোৱা এক দৃশ্য মনলৈ আহে৷ দেখা যায় কেতিয়াবা মূৰৰ সম্পূৰ্ণ চুলি ঢাকি কপালৰ আগলৈকে লোৱা হয়৷ কেতিয়াবা দেখা যায় অকল খোপাটো ঢাকি লোৱা হয় বা আধা মূৰৰ চুলি ওলোৱাকৈ লোৱা…

সসাম্প্রতিক সময়ত হাতে বোৱা কাপোৰ আৰু তাঁতশালৰ গুৰুত্ব: ঋতুপর্ণা ইংতিপি

সাম্প্রতিক কালত বহুলভাৱে প্ৰচলিত আৰু জনমানসক আলোড়িত কৰা প্ৰধান অভিধা হ'ল বিশ্বায়ন।বিশ্বায়নৰ প্ৰতিশব্দ হিচাপে ইংৰাজীৰ Globalization শব্দটো ব্যৱহাৰ কৰা হয়। বিজ্ঞান,প্ৰযুক্তিবিদ্যাই উন্নতি জখলা বগোৱা ফলতেই গোটেই পৃথিৱীখন এখন গাঁও নিচিনা হৈ পৰিছে। অসমীয়া সংস্কৃতিৰ উপাদানৰ ওপৰতো বিশ্বায়নৰ প্ৰভাৱ মন কৰিবলগীয়া।…