মিলিয়ে আজি ঢেঁকীয়া আৰু কচু শাক তুলি মাকৰ লগত বজাৰলৈ যায়।ৰাস্তাৰ কাষতে ওচৰৰ কেইবাজনী মানুহে শাক-পাচলি বিক্রি কৰি থাকে।গতিকে এইবাৰ মিলিও সিদ্ধান্ত ল’লে।ফটা কপোৰ এখন পাৰি শাক খিনি মিলিয়ে থ’লে।আনৰ দৰে তায়ো কাষতে বহি ৰ’ল ।মনতে বিষাদৰ জুই জ্বলিছিল যদিও তাই নিজকে সান্তনা দি গ্ৰাহক দিবলৈ ধৰিলে।
ঋতুমণি তালুকদাৰ/ডিব্ৰুগড়