Posted inকবিতা
মনৰ গহনত: ৰাহুল চেতিয়া
মনৰ গহনতনীৰৱতাই আচ্ছন্ন কৰিছেশীতৰ সেমেকা ৰাতিতসুকোমল বুকুখন……আচ্ছাদিত হৈফেঁকুৰী ফেঁকুৰীবুকুৰ হৃদয়খনেজীপাল কৰিছেমোৰ মনৰ খৰিকাজাই।ধূসৰিত হৈছেজীৱনৰ ৰংবোৰ,স্মৃতিৰ কোঠালি বোৰলাহে লাহে খুলিবলৈ ধৰিছোঁ,বাঢ়িব ধৰিছে মোৰতোমাক পোৱাৰ উৎসুকতা..…… ৰাহুল চেতিয়া