সম্পাদিকাৰ একলম

শিল্পী দাস (প্ৰিয়) স্বাৰ্থৰ্ভৰা মায়াৱী পৃথিৱীখনত একমাত্ৰ সাহিত্যই এনে এটা জগত য’ত জাতি-ধৰ্ম-বৰ্ণৰ ভেদাভেদ নকৰি এটা এটা শব্দৰে নতুন পৃথিৱীৰ সৃষ্টি কৰিব পাৰি৷ কবিতা, গল্প, অনুগল্প, ভ্ৰমণ কাহিনী, উপন্যাস, লিমাৰিক, স্তৱক, নীলা খামৰ চিঠি আদিৰ দুৱাৰমুখ এজন সাহিত্যিকৰ কাষত সদায়…

সম্পাদনা সহযোগীৰ একলম

জিতু ৰাজ আলোচনী এখনে এখন সমাজক জীয়াই ৰাখিব পাৰে, সৃষ্টিৰ ন ন বাট দেখুৱাব পাৰে৷ আজিৰ ’ডিজিটেল’ পৃথিৱীত আলোচনী এখনৰ অত্যন্তই আৱশ্যক৷ ’ম’বাইল ফোন’ৰ লগতে ’চচিয়েল মিডিয়া’ই গ্ৰাস কৰা যুৱ-প্ৰজন্মক আলোচনী এখনে সেই আসক্তিৰ পৰা মুক্তি দিব পাৰিব, তাৰ বাবে…

সাহিত্য ও সাংস্কৃতিক সম্পাদিকাৰ একলম

ঋতুপৰ্ণা ইংতিপি কিতাপ হৈছে আমাৰ পৰম বন্ধু৷ সময় হৈছে আপুৰুগীয়া সম্পদ৷ এই অমূল্য সময় পৰৰ নিন্দা কৰাত নষ্ট কৰাতকৈ এখন ভাল কিতাপ পঢ়াই শ্ৰেয়৷ ২০২০ চনত ক’ৰণা মহামাৰীয়ে অনাকাংক্ষিত ভাবে আতংকৰ সৃষ্টি কৰিলে৷ কোনো মানুহ ক’তো ওলাই যাব নোৱাৰাকৈ নিসংগ…

পিতাইলৈ বুলি: অভিজিৎ কোঁৱৰ

তহঁতৰ ৰজা-ৰাণী খেলখনত মই ৰজাঘৰীয়া পো হ’ব নোৱাৰিলো পিতাই,খুলি দিব নোৱাৰিলো ৰাজ-প্ৰাসাদৰ দুৱাৰ,কঢ়িয়াই আনিবও নোৱাৰিলো এমুঠি জোনাক,আই মুখত এমোকোৰা হাঁহি গুজিসুজিবও নোৱাৰিলোঁ জন্ম লোৱাৰ নামত থকা ধাৰ৷পিতাই পোহৰ বিচাৰি মই যিখন পৃথিৱীত বিচৰণ কৰি আছোঁ,তাত আচলতে পোহৰ নাইপোহৰৰ নামত কেৱল…

দৃশ্য আৰু সত্য: মাধুৰ্য্য খনিকৰ

তুমি এতিয়া এজন সুখী ব্যক্তি হ'লা। সেই নহয় মিছা কৈছে আপুনি? মানে?আপুনি ভাবিছে কিজনি দেখাতোকে সঁচা বুলি দৃশ্য আৰু সত্য মাজতো আছে বহু পাৰ্থক্য।সুখ বিচাৰি বিচাৰি বহুত হাবাথুৰি খালো কিন্তু সুখ কতো বিচাৰি নাপালো,কেৱল শিকিছো নিজক নিজেই সুখী কৰিবলৈ হ'লে…

সহযাত্রী, খণ্ড- ৩ : ধাৰাবাহিক উপন্যাস

আগৰ খণ্ড ১ আগৰ খণ্ড ২ গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে৷ তাইৰ ভাগৰো বহুত লাগিছে৷ গোটেই দেহটো অৱশ হৈ পৰিছে৷ হাত ভৰি অচল হৈ যোৱা যেন লাগি গৈছে৷ নীলা ৰঙৰ আঁঠুলৈ পৰা ফ্ৰক, গালে মুখে পানীৰ টোপালবোৰ বিৰিঙি…

সহযাত্রী, খণ্ড- ২ : ধাৰাবাহিক উপন্যাস

আগৰ খণ্ড ১ "অ' মোৰ আপোনাৰ দেশ" জাতীয় সংগীতটি বাজি উঠিল। ছাত্র-ছাত্ৰী, শিক্ষক- শিক্ষয়ত্ৰী, কৰ্মচাৰী সকলো য'ত আছিল তাতে ৰৈ গ'ল। অৰুণিমাই এইবোৰৰলৈ মনেই কৰা নাই। তাই খোজকাঢ়ি গৈয়ে আছে। কলেজৰ এই নিয়মৰ বিষয়ে জনা নাছিল তাই। সকলো কলেজতে এনেকুৱা…

ভ্ৰম: ঋতুপর্ণা ইংতিপি

প্ৰত্যেক দিনাৰ দৰে আজিও স্কুলৰ পৰা আহি চোতালৰ পৰাই তাই চিঞৰিলে।আইতা অ' আইতা বুলি।দুৱাৰখন বন্ধ দেখি মাক আৰু খুড়ীয়েকৰ ওপৰত খং উঠিল। মানুহজনী অকলে এৰি থৈ ক'ত যায় বুলি কৈয়ে তাই ভিতৰত সোমাল। এইবাৰ তাইৰ খং দুগুণে বাঢ়ে।ইমান গৰমত ফেন…

মৰমৰ সখী: বন্দনা মহন্ত

মৰমৰ সখী ! সেউজীয়া সপোন এটাইশাওণৰ পথাৰতএঙামুৰি দি গীত গাই থাকোতেইতোলৈ মনত পৰিল আঘোণলৈ কেইমাহ আছে জানো গুটিধানৰ ভঁৰাল ভৰিলেইআমাৰ গাঁৱৰচম্পাৱতীৰ বিয়া হ’বতোকক’ম বুলি ভাবি থোৱাএমোনামান কথাআছেবিয়ালৈ আহিবিতাহানিতেতয়ে ময়ে গোৱা গীতবোৰগামএকেলগে নাচিমসুখ দুখৰ কথা পাতিম তই আহিবিনে জনাবি দেই ৷…
সহযাত্রী, খণ্ড-১ : ধাৰাবাহিক উপন্যাস

সহযাত্রী, খণ্ড-১ : ধাৰাবাহিক উপন্যাস

আজি তাইৰ কলেজৰ প্ৰথমটো দিন৷ ভবাই নাছিল এনে এটা দিন তাইৰ জীৱনলৈ আহিব বুলি৷ কলেজ গেটৰ বাহিৰতে কিছুপৰ থৰ লাগি ৰৈ আছে অৰুণিমা৷ : কি হ’ল মাজনী? এনেকৈয়ে দিনটো গেটৰ বাহিৰত থাকিবা নে? ভিতৰলৈও যাবা৷ : : ভয় লাগিছে নেকি…