প্ৰেৰণা: অৰ্ণৱ কটকী

তুমি মোৰ বাবে এটা প্ৰেৰণাৰ সুঁতি হোৱামই তাতে মোৰ দিঙা খনি চপামতোমাৰবুকুয়েদি উজাই গৈ পাম মোৰ চিনাকি সেই ঘাট৷য’ত সংগম হব তোমাৰ মোৰ মৰমৰ৷তুমি জ্বলোৱা মৰমৰ শিখা বুকুতবান্ধি সাহসৰ অদম্য শক্তিৰে যুঁজি যাম জীৱন বাটততুমি মাথোঁঁ প্ৰেৰণাৰ এচাতি মলয়া হোৱাসুৰ…

সহযাত্রী, খণ্ড- ৭ : ধাৰাবাহিক উপন্যাস – ঋতুপর্ণা ইংতিপি

আগৰ খণ্ড ১ আগৰ খণ্ড ২ আগৰ খণ্ড ৩ আগৰ খণ্ড ৪ আগৰ খণ্ড ৫ আগৰ খণ্ড ৬ : অই, অৰু এইখন কেনেকুৱা লাগিছে?: ভালেই লাগিছে, কালাৰটো ধুনীয়া৷: অডাৰ দিওঁ নে?: দে! মোক সুধিব লাগে নে?: কলেজত পিন্ধি আহিবলৈ আকৌ৷:…

সহযাত্রী, খণ্ড- ৬ : ধাৰাবাহিক উপন্যাস – ঋতুপর্ণা ইংতিপি

আগৰ খণ্ড ১ আগৰ খণ্ড ২ আগৰ খণ্ড ৩ আগৰ খণ্ড ৪ আগৰ খণ্ড ৫ : মাজনী অই,: আজি গধূলি নামঘৰত শৰাই এভাগ দিবগৈ লাগিব৷ ভাদ মাহটোৰ আধা গ’লেই নহয়৷: কিবা কিবি অলপ যতাব লাগিব ন মা?: অ’ চুজি লাৰু…

সম্পর্কৰ শিকলি ছিঙি : সংগীতা ডেকা

“ পাৰ্থিৱ শৰীৰৰ কাৰাগাৰৰ পৰা মুক্ত হৈ চিৰশাশ্বত নিৰ্মল, শান্তিৰ তৃপ্তিৰে ভৰপূৰ পৱিত্ৰ আলোকৰ শৰণাপন্ন হ’ব পাৰিলে আৰু নো কি লাগে? মিছা পৃথিৱীত মাথোঁঁ ক্ষন্তেকীয়া সুখৰ হে পয়োভৰ….! “ ডায়েৰীৰ পাতত এনেকুৱাকৈ শব্দবোৰ হ’ল খোদিত৷ কাষত একাপ চেঁচা চাহ৷ যিয়ে…

সহযাত্রী, খণ্ড- ৫ : ধাৰাবাহিক উপন্যাস – ঋতুপর্ণা ইংতিপি

আগৰ খণ্ড ১ আগৰ খণ্ড ২ আগৰ খণ্ড ৩ আগৰ খণ্ড ৪ জালুক দিয়া পাৰৰ মাংসৰ জোল, ঔ টেঙা দি দাইল৷ গৰম গৰম ভাতৰ কাঁহীখনৰ পৰা ধোঁৱাবোৰ কুণ্ডলী পকাই গৈ শূন্যত বিলিন হৈছে৷: কি ৰান্ধিছে মা?: তুমি ভালপোৱা পাৰৰ মাংস…

ওৰণি এক আলোকপাত : বন্দনা মহন্ত

ওৰণি লোৱা বুলিলে অসমীয়া সমাজত চাদৰৰ আঁচলেৰে মহিলাই মূৰ ঢাকি লোৱা এক দৃশ্য মনলৈ আহে৷ দেখা যায় কেতিয়াবা মূৰৰ সম্পূৰ্ণ চুলি ঢাকি কপালৰ আগলৈকে লোৱা হয়৷ কেতিয়াবা দেখা যায় অকল খোপাটো ঢাকি লোৱা হয় বা আধা মূৰৰ চুলি ওলোৱাকৈ লোৱা…

লক্ষ্য: মাধুৰ্য্য খনিকৰ

লক্ষ্য ভেদিবলৈ হ'লে অকল হাত ভৰি পোন হ'লেও ন'বহ।লক্ষ্য ভেদিবলৈ হ'লে মগজৰ জ্ঞানো সমকক্ষলৈ গভীৰ আৰু তীক্ষ্ণ হ'ব লাগিল।মগজৰ জ্ঞানো তাই সিহঁতৰ লগত কৰা প্ৰতিযোগিতা খনত দেখা দেখা দিলে যে।লক্ষ্য ভেদিবলৈ হ'লে অকল হাত ভৰি পোন হ'লেও ন'হব, লক্ষ্য ভেদিবলৈ…

অভোক: ৰীমা গায়ন বৰা

ভোকৰ লালসাত পৰি ৰাজনীতি, সমাজ, ঘৰ সকলোতে পৰিভ্ৰমী পক্ষীৰ দৰে বিচৰণ কৰি ফুৰা অমল এতিয়া শয্যাগত অৱস্হাত । যৌৱনৰ বলীয়া বানত উটি ভাহি ফুৰা অমলৰ এতিয়া একেবাৰে ভোক নোহোৱা হ'ল । কোনোবাই উপযাচি কিবা দিলেও অভোকত জানো কোনোবাই খাব পাৰে…

সহযাত্রী, খণ্ড- ৪ : ধাৰাবাহিক উপন্যাস

আগৰ খণ্ড ১ আগৰ খণ্ড ২ আগৰ খণ্ড ৩ বগা ৰঙৰ শাড়ী তাত নীলা নীলা পাতৰ ডিজাইনৰ ফুল৷ সৰু ইয়েৰিং আৰু ডিঙিত চেইন এডাল, হাতত নীলা ৰঙৰ সৰু সৰু খাৰু, কিতাপ কেইখনমান লৈ ৰুমলৈ আহিছে মীনাক্ষী মেম৷ বয়স পছিশ বছৰমান…

ৱেব প্ৰকাশকৰ একলম

হৰ্ষিত চুতীয়া সাহিত্য হ’ল সমাজৰ দাপোন স্বৰূপ৷ সাহিত্যৰ যোগেদি মনৰ অনুভৱবোৰ লিখনিৰে প্ৰকাশ কৰি সমাজখনক আগুৱাই নিয়াত সহায়ক হয়৷ গতিকে সাহিত্য সৃষ্টি আৰু চৰ্চা কৰিবলৈ বৰ্তমান ডিজিটেল পৃথিৱীত আলোচনী এখন অতিকে প্ৰয়োজনীয়তা আছে৷ যাৰ জৰিয়তে ন-পুৰণি লেখাৰুৱে নিজৰ নিজৰ লেখা…