সহযাত্রী, খণ্ড- ১৩ : ধাৰাবাহিক উপন্যাস – ঋতুপর্ণা ইংতিপি

সহযাত্রী, খণ্ড- ১৩ : ধাৰাবাহিক উপন্যাস – ঋতুপর্ণা ইংতিপি

আগৰ খণ্ড ১ আগৰ খণ্ড ২ আগৰ খণ্ড ৩ আগৰ খণ্ড ৪ আগৰ খণ্ড ৫ আগৰ খণ্ড ৬ আগৰ খণ্ড ৭ আগৰ খণ্ড ৮ আগৰ খণ্ড ৯ আগৰ খণ্ড ১০ আগৰ খণ্ড ১১ আগৰ খণ্ড ১১ আগৰ খণ্ড ১২ তাই…
সহযাত্রী, খণ্ড- ১২ : ধাৰাবাহিক উপন্যাস – ঋতুপর্ণা ইংতিপি

সহযাত্রী, খণ্ড- ১২ : ধাৰাবাহিক উপন্যাস – ঋতুপর্ণা ইংতিপি

আগৰ খণ্ড ১ আগৰ খণ্ড ২ আগৰ খণ্ড ৩ আগৰ খণ্ড ৪ আগৰ খণ্ড ৫ আগৰ খণ্ড ৬ আগৰ খণ্ড ৭ আগৰ খণ্ড ৮ আগৰ খণ্ড ৯ আগৰ খণ্ড ১০ আগৰ খণ্ড ১১ অচিনাকি অথচ ইমান কোমল স্পৰ্শ৷ কোনোবা অচিন…
সহযাত্রী, খণ্ড- ১১ : ধাৰাবাহিক উপন্যাস – ঋতুপর্ণা ইংতিপি

সহযাত্রী, খণ্ড- ১১ : ধাৰাবাহিক উপন্যাস – ঋতুপর্ণা ইংতিপি

আগৰ খণ্ড ১ আগৰ খণ্ড ২ আগৰ খণ্ড ৩ আগৰ খণ্ড ৪ আগৰ খণ্ড ৫ আগৰ খণ্ড ৬ আগৰ খণ্ড ৭ আগৰ খণ্ড ৮ আগৰ খণ্ড ৯ আগৰ খণ্ড ১০ লাহে লাহে সূৰুজৰ আভাধৰাৰ বুকুত নামিছে৷দোকমোকালিত সুঁৱদি মাতেৰেদিনটোৰ বাবে পক্ষীগণেমংগল…
সহযাত্রী, খণ্ড- ১০ : ধাৰাবাহিক উপন্যাস – ঋতুপর্ণা ইংতিপি

সহযাত্রী, খণ্ড- ১০ : ধাৰাবাহিক উপন্যাস – ঋতুপর্ণা ইংতিপি

আগৰ খণ্ড ১ আগৰ খণ্ড ২ আগৰ খণ্ড ৩ আগৰ খণ্ড ৪ আগৰ খণ্ড ৫ আগৰ খণ্ড ৬ আগৰ খণ্ড ৭ আগৰ খণ্ড ৮ আগৰ খণ্ড ৯ : কি খাবা?: আপুনি যি ভালপাই৷: এইটো আকৌ কেনেকুৱা ধৰণৰ কথা৷: কোৱা কি…
সহযাত্রী, খণ্ড- ৯ : ধাৰাবাহিক উপন্যাস – ঋতুপর্ণা ইংতিপি

সহযাত্রী, খণ্ড- ৯ : ধাৰাবাহিক উপন্যাস – ঋতুপর্ণা ইংতিপি

আগৰ খণ্ড ১ আগৰ খণ্ড ২ আগৰ খণ্ড ৩ আগৰ খণ্ড ৪ আগৰ খণ্ড ৫ আগৰ খণ্ড ৬ আগৰ খণ্ড ৭ আগৰ খণ্ড ৮ নিবিৰৰ গাত গা নলগাকৈ বহিলে অৰুণিমাই৷ প্ৰথমবাৰ তাই নিবিৰৰ বাইকত উঠিছে৷ নিবিৰে ভালকৈ বহিবলৈ কোৱাত ওচৰ…
সহযাত্রী, খণ্ড- ৮ : ধাৰাবাহিক উপন্যাস – ঋতুপর্ণা ইংতিপি

সহযাত্রী, খণ্ড- ৮ : ধাৰাবাহিক উপন্যাস – ঋতুপর্ণা ইংতিপি

আগৰ খণ্ড ১ আগৰ খণ্ড ২ আগৰ খণ্ড ৩ আগৰ খণ্ড ৪ আগৰ খণ্ড ৫ আগৰ খণ্ড ৬ আগৰ খণ্ড ৭ সোনকালে উঠি ঘৰ-দুৱাৰ মচি চাফ-চিকুণ কৰিলে অৰুণিমাই৷ জহা চাউলৰ পায়সকণ বনালে প্ৰগতিয়ে৷ পুৱাৰ পৰা দুয়োজনী ভীষণ ব্যস্ত৷ প্ৰসাদৰ ফলমূল…

আশাৰ ৰেঙণি: ঋতুপর্ণা ইংতিপি

নিৰাশাৰ নিহলেৰে বান্ধিলা।সপোনবোৰ মোহাৰি পেলালাযদি সপোনবোৰ মিছা আছিলইমান আশা কিয় দিছিলা..?দুচকুৰে নিগৰে অশ্রুকিয়নো নুবুজা হৃদয়ৰ বেথাবোৰ।দিন ৰাতি একাকাৰনিৰ্জন উজাগৰীদীঘলীয়া যামিনী।আকাশত জোন বেলিসদায় ওলাব।সন্ধ্যাৰ তৰাই আকাশ পোহৰাব।অন্তঃকৰণত হাহাকাৰ তাণ্ডৱ সৃষ্টি হ'ব।মন গহনত এচমকাক'লা ডাৱৰে ছানি ধৰিব।নীৰৱে হৃদয়ৰ একোণ উচুপিব ।পোৱা নোপোৱা…

লিজি ভেলাস্কেজৰ বিষয়: সংগীতা ডেকা

এখেত হৈছে এক অনন্য প্ৰতিভাৰ গৰাকী৷ কিন্তু “লিজি ভেলাস্কেজক“ বিশ্বৰ আটাইতকৈ কুৎচিত মহিলা হিচাপে অভিহিত কৰা হয়৷ কিয়নো তেওঁ দেখাত ভয় লগা শাৰীৰিক গঠনৰ, অতিকৈ ক্ষীণ, এটা চকু অন্ধ৷ যাৰ বাবে তেখেতৰ বিষয়ে এইদৰে মত পোষণ কৰা হৈছে৷ আনকি সমাজৰ…

মহাপুৰুষ মাধৱদেৱ: বন্দনা মহন্ত

১৪৮৯ খ্ৰীষ্টাব্দত উত্তৰ লখীমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলত গুৰুজনাৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল৷ পিতৃৰ নাম আছিল গোৱিন্দগিৰী আৰু মাতৃৰ নাম আছিল মনোৰমা দেৱী৷ ১৫২২ খ্ৰীষ্টাব্দত “বেলগুৰি“ নামৰ ঠাইত সৌভাগ্যক্ৰমে মহাপুৰুষ শংকৰদেৱক লগ পাইছিল৷ তাতেই মাধৱদেৱৰ জীৱনে দিক্ সলনি কৰিছিল৷…

আত্মবিশ্বাস : অভিজিৎ কোঁৱৰ

পিছনিশা ফুলি উঠা এপাহি সুগন্ধি ফুল তুমিসুবাস ছটিয়াই সদ্যস্নাত পুৱাটোকআমোলমোলাই ৰখা প্ৰথম প্ৰহৰৰ ৰ’দ তুমি,তুমি বুকুৰ বৃন্দাবনত সুললিতসুৰ এটি হৈ সাৰ পাই থকা মূৰ্ছনা,ঐনিতমৰ ৰাগীত ছাঁই আপঙৰ নিচালগোৱাৰ তুমি এফাকি প্ৰেমৰ কবিতা,গানে গানে বৈ যোৱা হৃদয়ৰ শীতলতাত তুমি,শব্দৰে সজ্জিত বুকুৰ…