Posted inকবিতা পুৰণি এটি প্ৰেম: ৰাজদ্বীপ মৰাং Posted by jonaki.emagazine 2024-07-25No CommentsPosted inকবিতা তাতৰ পাটত বহি দেহিচকু আলি বাটত থৈমাকুৰটি পৰে সঘনাই চামই আহিম সুহুৰিটি মাৰি দেহিতুমি চাবা জুমিবাটলৈ আহিবি দেহিমই থাকিম ৰখিমনৰ কথা এটি কম খুলিদিয়া যদি সঁহাৰিসাঁচতীয়া বুকুৰ মৰম মোৰতোমাকেই দিম গতাই। ৰাজদ্বীপ মৰাং jonaki.emagazine View All Posts Post navigation Previous Post সফলতাৰ মাপকাঠি: কণমানি নাথNext Postমনৰ গহনত: ৰাহুল চেতিয়া