তুমি এতিয়া এজন সুখী ব্যক্তি হ’লা। সেই নহয় মিছা কৈছে আপুনি? মানে?আপুনি ভাবিছে কিজনি দেখাতোকে সঁচা বুলি দৃশ্য আৰু সত্য মাজতো আছে বহু পাৰ্থক্য।সুখ বিচাৰি বিচাৰি বহুত হাবাথুৰি খালো কিন্তু সুখ কতো বিচাৰি নাপালো,কেৱল শিকিছো নিজক নিজেই সুখী কৰিবলৈ হ’লে লাগে মানসিক শক্তি, আছো মাথোঁ এখন ঘূৰণীয়া পৃথিৱীত ঘূৰণীয়া শূন্যটো দৰে।
মাধুৰ্য্য খনিকৰ./লখিমপুৰ