তেওঁ অমৰ: শ্ৰৱণ বৰবৰা

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ কৃষ্টি-সংস্কৃতি তেওঁৰে ন ন সৃষ্টি,
জগতত কৰে সাহিত্য বীজৰ সৃষ্টি৷
তেৱেঁ কবি তেৱেঁ চিত্ৰকাৰ, তেওঁৰ সমান সৃষ্টি আছে কাৰ৷
গীতত তেওঁ নৃত্যত তেওঁ, তেওঁৰ সৃষ্টিৰাজিতে অসমীয়াৰ অস্তিত্ব বিচাৰি পাওঁ৷
সুন্দৰৰ পূজাৰী আমাৰ কলাগুৰু, মৃত্যু পাছতো নাই তেওঁ শতৰু
প্ৰাণৰো প্ৰাণ হৃদয়ৰ গান, তেৱেঁ জগতৰ মহান৷
মৃত্যু হোৱা নাই তেওঁৰ, আই কোলাত মাথোঁঁ জীয়াইছে তেওঁ৷
সশ্ৰদ্ধা প্ৰণামো জনাও আমি, উশাহ থকালৈ কাহানিও নাপাহৰোঁ আমি৷

✍️ শ্ৰৱণ বৰবৰা ,যোৰহাট,চটাই(অসম)।

Leave a Comment

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *